Assam TET Mock Test For UP Arts
1. সেউজ বিপ্লৱত বেছিকৈ সাৰ্থক হোৱা ৰাজ্যখন হ’ল

2. 'উ' বৰ্ণটো হৈছে

3. I cannot accept your offer.

4. His conduct smacks ________ recklessness.

5. _______ union leader will address the workers.

6. Do you know, I ___________ asked by them to be honest?

7. কিমানতম সংশােধনীৰ যােগেদি সমাজবাদ শব্দটো প্ৰস্তাৱনাত সংযােজন কৰা হয়?

8. My brother is _______________ NCC cadet

9. সমষ্টিসূচক এটা প্ৰত্যয় হ’ল

10. I was born _____ year 1990

11. জুইৰ আৱিষ্কাৰত তলৰ কোনটো বিষয়ে সহায় ৰা নাছিল

12. জৰুৰী অৱস্থা দেশত কোনে ঘােষণা কৰে?

13. তলৰ কোনটো শব্দ শুদ্ধ ?

14. অভ্যাস হ'ল

15. উজনি অসমৰ _____ চাহ গৱেষণা কেন্দ্ৰ আছে

16. "বিকাশ হ’ল পৈনতা অৱস্থা আৰু অভিজ্ঞতাৰ কাৰ্য্য হিচাপে লাভ কৰা বৃদ্ধি আৰু ক্ষমতা শক্তিৰ সময়ৰ লগে লগে হোৱা পৰিবৰ্তনৰ এক প্রক্ৰিয়৷" - উক্তিটো আছিল

17. একে পৰিস্থিতিত, একে কামৰ পুনৰাবৃত্তিয়ে হ'ল

18. ব্যক্তিত্বৰ দিশত হিপ্লক্ৰেটছে মানুহৰ ভাগ কৰি দেখুৱাইছিল

19. পুন্দ্ৰবর্ধনত ২০৫ জন ব্রাহ্মণক মাটি দান কৰি অশ্বমেধ যজ্ঞ সমাপন কৰা বৰ্মন বংশৰ ৰজাজন আছিল

20. চন্দ্রগুপ্ত মৌর্যই পৰাজিত কৰা গ্ৰীক সেনাপতিগৰাকী আছিল

21. কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল

22. ধােদৰ আলি কোনজন ৰজাই সজাইছিল?

23. One must consider about any matter before ___________ it.

24. ‘পৰিধান’ কি আছিল?

25. সংসদীয় চৰকাৰত প্রধানমন্ত্রী আৰু মন্ত্রী পৰিষদৰ স্থান কি?

26. চৰকাৰ এখনৰ প্ৰধানকৈ কেইটা বিভাগ আছে?

27. আত্ম সহায়ক গােট (SHG) ৰ ধাৰণাৰ আর্বিভাৱক

28. তলৰ কোনটো বিষয় সিন্ধু উপত্যকা সভ্যতা ধ্বংসৰ কাৰণ নাছিল

29. Sam … the marathon for the first time in 2009.

30. বাৰ বছৰ বয়সত শংকৰদেৱক কাৰ টোলত পঢ়াবলৈ পঠোৱা হৈছিল?

31. Students are responsible ____ any kind irresponsible behaviour.

32. তথাগত’ বুলি কাক কোৱা হৈছিল

33. লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা কবিতাপুথিখন হ’ল

34. পৃথিৱীৰ দীর্ঘতম পর্বতমালা হ'ল

35. ভাৰতত কেই বছৰৰ মূৰে মূৰে সাধাৰণ নির্বাচন অনুষ্ঠিত হয় ?

36. উপ-স্বাভাৱিক দাম নিৰ্ধাৰণ কৰােতে ব্যৱহাৰ হােৱা যােগান ৰেখাৰ পৰিৱৰ্তন কৰিব পাৰি কেৱল

37. প্রাচীন কামৰূপৰ প্ৰধান শক্তিপীঠখনৰ নাম কি?

38. তলৰ কোনখন গ্ৰন্থৰ মাধৱদেৱৰ ৰচনা নোহোৱাৰ পক্ষে যুক্তি প্ৰবল?

39. ন্যায়পালিকাৰ স্বাধীনতা বুলিলে কি বুজা?

40. কামৰূপৰ জীয়ৰী অমৃত প্রভাৰ বিয়া কি প্রথাৰে হৈছিল?

41. পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা অঞ্চল

42. পৃথিৱীৰ ভিতৰত সর্বাধিক দীঘল নৈ হ’ল

43. Mishing peoples of Assam originally belong to ___________

44. অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা কিমানটা?

45. তলত দিয়া সন্ধিবোৰৰ শুদ্ধ কোনটো ?

46. অর্থশাস্ত্র’ নামৰ গ্ৰন্থখনৰ ৰচক কোন

47. শিশুৰ জীৱনৰ ১২ ৰপৰা ১৮ বছৰলৈ এই সময়ছোৱাক কোৱা হয়

48. My brother … football in the same club as me.

49. পূর্ব পুৰুষৰ পৰা সন্তানলৈ জৈৱিক আৰু সক্ষমতাসমুহ যায়-

50. ভাৰতৰ মহাগানীতিক আৰু হিচাপ নিয়ন্ত্ৰকক (কেগ) কোনে নিযুক্তি দিয়ে?

51. ‘লতাকটা ৰণ’ কাৰ দিনত হৈছিল?

52. Each country is responsible to keep ___________ for peace in region.

53. কলিংগ যুদ্ধ কৰা মৌর্য সম্রাটগৰাকী আছিল

54. তলৰ সন্ধিৰ বিশ্লেষণৰ কোনটো শুদ্ধ ?

55. In the morning, he simply takes a glance ________ the newspaper headlines.

56. গৃহস্থীসকলৰ বাবে জৈন ধর্মত তলৰ কোনটো আচৰণ বিধি নাই

57. গুপ্তবংশৰ প্রতিষ্ঠাতা আছিল

58. অনুশীলনৰ প্রয়োজন হয় -

59. "অভ্যাস হ’ল প্রাণীয়ে পূৰ্বৰ আচৰণৰ পুনৰাবৃত্তি কৰা এক প্রৱণতা" - উক্তিটো আছিল

60. মনোবিজ্ঞানী জেমছৰ মতে ব্যক্তিত্বৰ প্রধান শ্ৰেণী বিভাগ হ'ল