Assam TET Mock Test For UP Arts 150 Marks
1. One must consider about any matter before ___________ it.

2. __________ of the singers will have a prize.

3. An ordinance ___________ promulgated to regulate all private institutions.

4. Can you send me _________ books ?

5. I do not agree --------- you on this point.

6. The invigilator was reading out the instructions.

7. Prachi distributed the sweets ________ her friends

8. A good judge never jumps _________ the conclusion.

9. I … English tea. Is it good?

10. It is dangerous to enter -------- the enemy’s camp.

11. She spoke to the official on duty.

12. I got _______ help from my mother than my father.

13. ______ English are always conservative by nature.

14. He did not have _______ regards for me.

15. My sister … hamburgers: she thinks they’re bad for her.

16. ___________ guidance from you will be enough for me.

17. They would have won if they ________ better.

18. He was killed _________ a highway man _______ a dagger.

19. They went to Manali _____ train.

20. He was disappointed ________ not finding the doctor in his seat.

21. mostmanyI have two sisters; ___________ is tall.

22. A steady mind triumphs ------ difficulties.

23. Wait for us at home until I ___________ from office.

24. I thought that my father was not happy _______ me.

25. Only ______ pupils are there in the class.

26. Mr. Jones planning to retire. He _____ at Bow Valley College for a long time.

27. I _________ repairing defective car.

28. Meena wants __________ milk.

29. ____ the picture , there are 2 boys and one girl.

30. I am angry with him ------ his carelessness.

31. তলৰ কোনটো ব্যঞ্জনধ্বনি পশ্চতালব্য ?

32. ড° ভবেন্দ্ৰ নাথ শইকীয়াই সম্পাদনা কৰা আলোচনীখন হ’ল

33. তলৰ কোনখন এঁতিহাসিক নাটক লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা

34. 'সংস্কৃত' শব্দটোৰ শুদ্ধ ৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

35. তলৰ কোনটো সন্ধি শুদ্ধ হৈছে

36. ড° নিৰ্মলপ্ৰভা বৰদলৈ ৰচা এখন গ্ৰন্থৰ নাম

37. এজন শিক্ষকৰ তিনিটা প্রধান কাম হৈছে-

38. 'ভদৰী' হ'ল

39. তলৰ সন্ধিবোৰ বৰ্ণাগম হোৱা সন্ধি কোনটো?

40. পুৰুষবাচক বিভক্তিবোৰ সদায় একবচনাত্মক

41. অসমীয়া ভাষাত স্বৰবৰ্ণৰ সংখ্যা হৈছে

42. 'খিনি' প্রত্যয় ব্যৱহাৰ হয়

43. কীৰ্ত্তন'ৰ ৰচক কোন?

44. আহোম সকলৰ শেষ কীৰ্তি স্তম্ভটো গুৱাহাতীৰ ক’ত অৱস্থিত?

45. তলত দিয়া কোনটো শব্দ আগত থাকিলে পাছৰ শব্দৰ ন মূৰ্ন্দ্ধন্য ণ হয়

46. অসমীয়া নাট্য সাহিত্যৰ জনক কোন?

47. সন্তানৰ জৈৱিক অস্তিত্ব গঢ়ি উঠে -

48. 'পানীৰ মিঠৈ' মানে কি?

49. তলৰ লিঙ্গবাচক কোনযোৰ শব্দ শুদ্ধৰূপে লিখা হোৱা নাই?

50. শ্ৰৱণৰ দ্বাৰা কি শক্তি বাঢ়ে

51. "টেলিফোন" আৰু ‘টেলিগ্ৰাফ’ সেৱা অসমত প্ৰচলিত হৈছিল?

52. সম্তমাত্মক তৃতীয় পুৰুষৰ পদ বুজাবলৈ ব্যৱহাৰ হয়

53. তলৰ কোনখন নাট মাধৱদেৱৰ ৰচনা?

54. মাধৱদেৱৰ লীলাবিষয়ক গীতখিনিৰ এটি বিষয় হৈছে

55. অসম সাহিত্য সভাৰ প্ৰথম সভাপতিজন হ’ল

56. তলৰ কোনটোৱে বৃদ্ধিক বুজায় ?

57. পুংলিঙ্গ নোহোৱা শব্দ কোনটো?

58. তলৰ শব্দ কেইটাৰ কোনটোৰ বানান অশুদ্ধ ?

59. 'কামত কৃতিত্ব লভিবৰ সংকেত পুথিখন কোনে ৰচনা কৰিছিল?

60. জয়দ'ল, জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল?

61. ৰাষ্ট্রীয় শিক্ষানীতি ১৯৮৬ চনত তলৰ কোনখন বিদ্যালয়ত স্থাপন হৈছিল ?

62. নৱজাত শিশুৰ ভয়, ক্ৰোধ আৰু ভালপোৱাকেই প্ৰাথমিক আবেগ ধুলি মতপোষণ কৰিছিল

63. শিশুৱে দৌৰা, জঁপিওৱা, পুতলা খেলা ইত্যাদি কামবোৰ কৰি পৰম তৃপ্তি লাভ কৰে

64. যৌৱন কালৰ চাহিদা নহয়

65. শিশুৰ কণ্ঠত ধ্বনিৰ স্পষ্টতা প্রকাশ পায়

66. কিছুমান মনোবিদে মানুহৰ শৰীৰৰ গঠন অনুযায়ী ব্যক্তিত্বক ভাগ কৰি দেখুৱাইছে। এনেবিলাক ভাগক কোৱা হয়

67. বিনে, চাইমনৰ বুদ্ধি পৰীক্ষাক জনা যায়

68. মনোবিদ ৰেমণ্টৰ মতে কৌমাৰ কাল (Boyhood) হ‘ল

69. মানৱ জীৱনৰ বিকাশক

70. বাল্য কালৰ যৌৱনাৱস্থাক প্ৰসুপ্তকাল (Latent Period) বুলি অভিহিত কৰিছিল

71. 'সৰ্বপ্ৰাণবাদিতা' এটা প্ৰধান বৈশিষ্ট্য হ’ল

72. অনুকৰণ কৰা প্ৰবৃত্তি অতি প্ৰখৰ হয়

73. চুইজাৰলেণ্ডৰ মনোৰোগ বিশেষজ্ঞ কাৰ্ল য়ুঙে মানুহক ব্যক্তিত্বৰ ভিত্তিত ভাগ কৰিছিল

74. একে পৰিস্থিতিত, একে কামৰ পুনৰাবৃত্তিয়ে হ'ল

75. ফ্ৰয়েডৰ মতে শিশুৱে আঙুলি চোপা, দাঁত কামোৰা, মুখত কিবা এটা লৈ পাগুলি থকাটো

76. সমকামিতাৰ কাল বুলি কোৱা হয়-

77. সাম্প্রতিক পৰিস্থিতিত শিক্ষাৰ শুদ্ধ গঠন হ'ল

78. বিজ্ঞান শিক্ষাত সঁজুলি আৱশ্যকীয়

79. "আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা" - উক্তিটো আছিল

80. অভ্যাসৰ ফলত অতি কঠিন কাৰ্যও

81. যিকোনো প্ৰশিক্ষণ বা বৃত্তি-পাঠক্ৰমৰ বাবে ব্যক্তি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হয়

82. পিতৃ-মাতৃ বা পৰিয়ালৰ আন সদস্যতকৈও দলৰ প্রতি আকৰ্ষণ অধিক শক্তিশালী হয়

83. কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বলি অভিহিত কৰিছিল

84. বিকাশ হ’ল

85. মনোবিজ্ঞানী উইলিয়াম জেমচৰ মতে সাধাৰণভাবে ব্যক্তিত্বক ভাগ কৰা শ্ৰেণী দুটা হ’ল

86. এজন গায়কৰ সংগীতৰ প্রতি থকা আগ্রৰহক ক’ব পাৰি

87. থৰ্নডাইকে বহুলভাৱে বুদ্ধিক ভাগ কৰিছিল

88. বাল্যকালৰ শিশু এটাৰ বয়স

89. শিশুৰ বুদ্ধি বৃত্তি, অভিৰুচি, ব্যক্তিত্ব আৰু চৰিত্ৰৰ মাজত পাৰ্থক্য থকাটো আঙুলিয়াই দিয়ে

90. বুদ্ধিৰ অৰাজক বা বহুকাৰক তত্বৰ আৱিস্কাৰ কৰিছিল

91. সিন্ধু সভ্যতাৰ অর্থনৈতিক জীৱনৰ মূল ভেঁটি কি আছিল?

92. জৈন ধৰ্মৰ ত্ৰিত্ন’ৰ ভিতৰত তলৰ কোনটো নহয়

93. কোনখন গ্ৰন্থত প্রাচীন কামৰূপ ৰাজ্যৰ ৰত্নপীঠ, কামপীঠ, স্বর্ণপাঠ আৰু সৌমাৰপীঠৰ উল্লেখ আছে?

94. তলৰ কোনখন ঠাই সিন্ধু সভ্যতাৰ সৈতে জড়িত নহয়?

95. সতী সাধনী কোন আছিল ?

96. চিলাৰায়ক কোনে বন্দী কৰিছিল?

97. মৌর্য সাম্রাজ্য প্রতিষ্ঠাৰ চন আছিল

98. চকাৰ আৱিষ্কাৰৰ প্রাচীনতম চিত্র কোন সভ্যতাত পােৱা যায়?

99. প্রথম মােৱামৰীয়া বিদ্রোহ কাৰ দিনত হৈছিল?

100. ‘বেদ’ এটি সংস্কৃত শব্দ, ইয়াৰ অর্থ কি?

101. চুকাফাই ১২১৫ চনত উত্তৰ ব্ৰহ্মদেশৰ (বর্তমানৰ ম্যানমাৰ) মাওলুং ৰাজ্য এৰি আহোঁতে কিমান মানুহ অসমলৈ আহিছিল

102. গােহাইকমল আলি কোনে নির্মাণ কৰিছিল?

103. ভাস্কৰ বৰ্মাৰ আমন্ত্রণক্রমে কামৰূপলৈ অহা চীনা পরিব্রাজক কোন আছিল?

104. কেতিয়া চকাৰ আৱিষ্কাৰ হৈছিল ?

105. সিন্ধু সভ্যতাৰ লােকসকলে তাম ক'ৰ পৰা আহৰণ কৰিছিল?

106. উপৰাষ্ট্ৰপতিৰ অনুপস্থিতিত ৰাজ্যসভাত কোনে সভাপতিত্ব কৰে?

107. বহুতৰ শাসনৰ বিকৃত ৰূপটো কি?

108. ৰাষ্টপতিক অপসাৰণ কৰিব লাগিলে সদনৰ কিমান সংখ্যক সদস্যৰ অনুমােদন লাগে?

109. মন্ত্রীসভাৰ সদস্যসকলক কোনে মনােনীত কৰে?

110. তলত উল্লেখিত কোনটো প্রস্তাৱনাত উল্লেখ নাই?

111. Constitution শব্দটো কোন ভাষাৰ পৰা আহিছে?

112. ৰাজনৈতিক ন্যায় কি?

113. সংবিধানৰ খছৰা সমিতিৰ সভাপতি কোন আছিল?

114. গাঁও পঞ্চায়তৰ থুল কিমান?

115. সংবিধানৰ কিমান অনুচ্ছেদত মৌলিক কর্তব্যসমূহ অন্তর্ভুক্ত আছে?

116. কোনটো মৌলিক কর্তব্য নহয়?

117. নির্দেশক নীতিসমূহৰ মূল উদ্দেশ্য কি?

118. কোনটো অধিকাৰ সংবিধানৰ পৰা বিলােপ কৰা হয় ?

119. খছৰা সমিতিত কিমানজন সদস্য আছিল?

120. ভাৰতৰ প্ৰধানমন্ত্রীক কোনে নিযুক্তি দিয়ে?

121. বাজেটৰ কোনটো পৰ্য্যায় শুদ্ধ

122. তলৰ কোনটো অভাৱৰ বৈশিষ্ট্য নহয় ?

123. তলৰ কোনটো ভাৰতৰ আমদানি বৃদ্ধিৰ কাৰণ নহয়?

124. তলৰ কোনজন অর্থনীতিবিদৰ মতে অর্থবিজ্ঞান নিৰপেক্ষ বিজ্ঞান?

125. খুচুৰা বজাৰৰ বিক্রেতাই বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ বাবে কোনবিধ ব্যয়ত গুৰুত্ব দিয়ে?

126. এছিয়াত মৎস্য উৎপাদনত জাপানে ৪৩ শতাংশ যােগান ধৰাৰ বিপৰীতে ভাৰতে যােগান ধৰে মাত্র

127. বিহিত মুদ্রা বুলিলে তলৰ কোনটোক বুজায় ?

128. উদ্বৃত্ত বাজেট হ’ল

129. ভাৰতবৰ্ষত জনমূৰি খেতি মাটিৰ পৰিমাণ

130. কামৰ বাবে খাদ্যআঁচনিখন কোনখন পৰিকল্পনাত ৰূপায়ন কৰা হৈছিল

131. পৰিকল্পনা আয়ােগৰ প্রথম অধ্যক্ষ আছিল

132. তলত দিয়া কার্যসমূহৰ কোনটো ভােগ নহয়?

133. তলৰ কোনটো খুচুৰা বজাৰৰ ক্ষেত্ৰত প্রযােজ্য হয়?

134. ২০১১ চনৰ লােকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ শিক্ষিতৰ হাৰ হ'ল

135. উপ-স্বাভাৱিক দাম নিৰ্ধাৰণ কৰােতে ব্যৱহাৰ হােৱা যােগান ৰেখাৰ পৰিৱৰ্তন কৰিব পাৰি কেৱল

136. পৃথিৱীৰ ভিতৰতে গৰম ঠাই জেকাকাবল অবস্থিত ______

137. পৃথিৱীৰ বৃহত্তম নদী-দ্বীপটো হ’ল

138. সেউজ বিপ্লৱ সূচনা হৈছিল

139. অসমৰ প্রথম তেল শোধনাগাৰটো হ’ল

140. ব্ৰহ্মপুত্ৰ শদিয়াৰ পৰা মোহনালৈ _ কিঃ মিঃ দৈৰ্ঘ্য

141. সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবােৰ হ’ল

142. দুখৰ নদী হ’ল

143. সুন্দৰবন সমভূমি সৃষ্টি হৈছে

144. পৃথিৱীৰ ভিতৰত সর্বাধিক দীঘল নৈ হ’ল

145. অসমৰ সৰ্ববৃহৎ কফি উৎপাদনকাৰী বাগিচা হ'ল

146. পৃথিৱীৰ ভিতৰত তৃতীয় তাম উৎপাদনকাৰী দেশ হ'ল

147. ভাৰত মহাসাগৰৰ আয়তন হ’ল

148. ভাৰেষ্ট শৃংগৰ উচ্চতা হ'ল

149. আটলান্টিক মহাসাগৰৰ দৈৰ্ঘ্য হ'ল

150. কৰিমগঞ্জ চেনিকলটো স্থাপিত হৈছিল