Assam TET 2019 Mock Test
1. তলৰ কোনটোৰ ক্ষেত্রত গেলুছাকৰ গেছীয় আয়তনৰ সূত্ৰ প্ৰযোজ্য

2. মানুহ এজনে নিজৰ সম্পূৰ্ণ প্ৰতিবিম্ব দেখা পাব লাগিলে সমতল দাপোণখন হ’ব লাগিব

3. প্ৰাণীকোষত থকা অথচ উদ্ভিদকোষত নথকা কোষাংগটো বাচি উলিওৱা

4. বৈদ্যুতিক দস্তালেপনত যিংকৰ দণ্ড হ’ব

5. অধাতুবোৰ বিদ্যুতৰ কুপৰিবাহী। তলৰ কোনটো অধাতু বিদ্যুতৰ সুপৰিবাহী

6. নীলা কপাৰ ছালফেটৰ দ্ৰৱত লোৰ দণ্ড ডুবাই ৰাখিলে দ্ৰৱৰ বৰণ সেউজীয়া কোনটোৰ বাবে হয়

7. জৈৱ ইন্ধন দহনৰ ফলত উৎপাদিত প্ৰদূষক গেছ হ’ল

8. এজন মানুহে পূৱলৈ 20 মিটাৰ গৈ দক্ষিণলৈ 10 মিটাৰ গৈছে আৰু তাৰপিছত পশ্চিমলৈ 10 মিটাৰ হোৱাৰ পিছত আৰম্ভনী অৱস্থানৰপৰা তেওঁৰ দূৰত্ব কিমান হ’ব

9. ধাতৱ অক্সাইডবোৰ

10. তলত দিয়া ৰাশিবোৰৰ ভিতৰত কোনটো ৰাশি ভেক্টৰ নহয়

11. তলৰ কোনটো তীব্ৰক্ষাৰ নহয়

12. স্কুটাৰৰ স্পিড’মিটাৰৰ (Speedometer) দ্বাৰা কি ধৰণৰ দ্ৰুতি জোখা হয়

13. 10 ভ'ল্ট বিভৱান্তৰৰ বাবে কোনো পৰিবাহীত প্রবাহ যদি 2 এম্পেয়াৰ হয় তেনেহ’লে 20 ভগ'ল্ট বিভৱান্তৰৰ বাবে সেই পৰিবাহীত প্রবাহ কিমান হ’ব?

14. মিওছিছ বিভাজনৰ ফলত কোনবোৰ কোষ সৃষ্টি হয়

15. 5 ছে.মি. ব্যাসাৰ্ধৰ বৃত্তীয় পথত 10 ছে.মি./ছে. দ্ৰুতিৰে গতি কৰা কণা এটাই এটা বিন্দুৰ পৰা বিপৰীত বিন্দু এটা পাওতে বেগৰ পৰিৱৰ্ত্তন কিমান হ'ব

16. কোনটো বেমাৰ চিনাক্ত কৰিবলৈ ‘ৱাইডেল পৰীক্ষা’ কৰা হয়

17. বলৰ এচ আই একক কি

18. সালোক সংশ্লেষণ এটা

19. উৰাজাহাজ এখনৰ বেগ 2 মেক (Mach), গতিকে জাহাজখনৰ গতি

20. তলৰ কোনটো এটা গৌণ (Secondary) বায়ু প্ৰদূষক

21. বিন্দুস্ৰাব কিহৰ জৰিয়তে হয়

22. নাইলনত ব্যৱহৃত মনমাৰ হৈছে

23. C (হৰা) --> C (অনিয়তাকাৰ), -13.79kJ কোন প্রকাৰৰ বিক্ৰিয়া

24. বায়ুৰ সংস্পৰ্শত তলৰ কোনটো জ্বলি উঠে

25. অনুদৈৰ্ঘ্য তৰংগৰ এটা সংনমন আৰু নিকটতম তনুভৱনৰ মাজত দূৰত্ব কিমান?

26. আলতীয়া মাটিত হোৱা শস্য হ’ল

27. মুকলি কোঠা এটাত ৰখা বৰফ এটুকুৰাই

28. ভাৰতৰ প্রথমজন মহাকাশচাৰী যোৱা যানখনৰ নাম কি আছিল

29. পৃথিৱীৰ চাৰিওফালে আগুৰি থকা বায়ুৰ আৱৰণটোৰ নাম হ'ল

30. স্ফটিকীকৰণ জলযুক্ত এটা লৱণ হৈছে ?