Assamese Grammar Part 2 (অসমীয়া ব্যাকৰণ) MCQ

51. বহুবচন কৰাৰ নিয়মবোৰৰ কোনটো ব্যাকৰণ সন্মত নহয়


A. বিশেষ্য পদৰ পাছত বহুবচনাত্মক প্ৰত্যয় যোগ কৰি


B. বিশেষণক দ্বিৰুক্তি কৰি


C. সংখ্যাবাচক শব্দৰ যোগত


D. সংখ্যা বুজাবলৈ নিৰদিষ্টিবাচক প্ৰত্যয় ব্যৱহাৰ নকৰি


Answer :B


Solution :



52. অলপ পৰিমাণ বুজোৱা এটা প্ৰত্যয় হ’ল


A. পালি


B. পদ


C. পট


D. ফেৰা


Answer :D


Solution :



53. কোনটো শব্দত 'দিয়েক’ প্ৰত্যয়টো সঙ্গত হৈছে?


A. গুটিদিয়েক চিন্তা


B. পাহদিয়েকফুল


C. ৰূপদিয়েক অলংকাৰ


D. মখাদিয়েক গৰু


Answer :A


Solution :



54. "দোঙা" তলৰ কোনটো শব্দৰ লগত সঙ্গত হ’ব?


A. জাবৰ দোঙা


B. পানী ডোঙা


C. গোবৰ ডোঙা


D. তামোল দোঙা


Answer :B


Solution :



55. অসমীয়া ভাষাত বচন কেই প্রকাৰৰ?


A. দুই প্ৰকাৰৰ


B. তিনি প্রকাৰৰ


C. চাৰি প্রকাৰৰ


D. মাত্ৰ এক প্রকাৰৰ


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.