Assam TET 2019 Mock Test
1. A তামৰ তাঁৰৰ দৈৰ্ঘ্য B তামৰ তাঁৰৰ সমান আৰু A ৰ ব্যাস B তকৈ ডাঙৰ, গতিকে Aৰ ৰোধাংক

2. “বস্তু এটাৰ গড়বেগ শূন্য কিন্তু গড় দ্ৰুতি শূন্য নহয়” এই উক্তিটো শুদ্ধনে

3. অনুপ্ৰস্থ তৰংগৰ দুটা নিকটতম শীৰ্ষবিন্দুৰ মাজৰ দূৰত্ব হৈছে

4. 10 ভ'ল্ট বিভৱান্তৰৰ বাবে কোনো পৰিবাহীত প্রবাহ যদি 2 এম্পেয়াৰ হয় তেনেহ’লে 20 ভগ'ল্ট বিভৱান্তৰৰ বাবে সেই পৰিবাহীত প্রবাহ কিমান হ’ব?

5. 50 কি.গ্ৰা. ভৰৰ বস্তু এটাত কিমান নিউটন বল প্রয়োগ কৰিলে ত্বৰণ 5 মি./ছে.² হয়

6. 5 কি.গ্ৰা. ভৰৰ বস্তু এটাক 60 নিউটন পৰিমাণৰ বল এটাই 1 ছে. সময়ত স্থিৰ অৱস্থালৈ আনে গতিকে বস্তুটোৰ প্রাৰম্ভিক বেগ কিমান

7. শব্দ কি

8. কোনো গেছীয় মাধ্যমত শব্দৰ বেগ

9. এক বৰ্গ মিটাৰত কিমান বৰ্গ ছেণ্টিমিটাৰ

10. বেগৰ চি জি এচ একক কি

11. এটা ঘড়ীত দুই বাজি দহ মিনিট যোৱা মুহুৰ্তত ঘড়ীটোৰ ঘণ্টাৰ কাটা আৰু মিনিটৰ কাটাৰ মাজত উৎপন্ন হোৱা কোণ প্ৰায় কিমান

12. চোৰ এটাই পলাবৰ বাবে বাকচ এটা লৈ অট্টালিকা এটাৰ চালৰপৰা মাটিলৈ জাপ মাৰিছে। নামি থকা সময়ত বাকচটোৰ আপাত ওজন

13. অৱতল দাপোণ এখনৰ ফ’কাছ দৈৰ্ঘ্য f আৰু ফ’কাছৰ পৰা d দূৰত্বত লক্ষ্যবস্তু এটা অৱস্থিত, পৰিৱৰ্দ্ধন কিমান?

14. 200 ভ'ল্টত 1 কিল’ৱাট হিটাৰ এটাৰ মাজেদি বিদ্যুৎপ্ৰবাহ কিমান?

15. বলৰ চি জি এচ একক কি

16. 4 কি.গ্ৰা. ভৰৰ বস্তু এটাত বল প্রয়োগ কৰাৰ ফলত ত্বৰণ হৈছে 1.5 মি./ছে.² প্রয়োগ কৰা বলৰ মান কি

17. কোনো পৰিবাহীৰ ৰোধাংক সেই পৰিবাহীৰ কি কথাৰ ওপৰত নিৰ্ভৰ কৰে?

18. আকাশৰ ৰং কি কাৰণে নীলা দেখা যায়?

19. 10 গ্ৰামত কিমান মিলিগ্ৰাম

20. বস্তু এটাৰ বেগ শব্দৰ বেগৰ আধা হ’লে সেই বস্তুটোৰ মেক সংখ্যা কিমান?

21. তলত দিয়া কোনবিধ তৰংগ বিসদৃশ?

22. আহিত পৰিবাহী টুকুৰা এটাৰ ক’ত আধান জমা হয়?

23. পোহৰ হৈছে শক্তিৰ এনে এটা ৰূপ যিহৰ বাবে

24. বস্তু এটাৰ দ্ৰুতি ঋণাত্মক হ’ব পাৰে নে

25. তলত দিয়া কোনটো উক্তি অশুদ্ধ?

26. সমান্তৰালকৈ ৰখা দুখন দাপোণৰ মাজত লক্ষ্য বস্তু এটা ৰাখিলে কিমানটা প্ৰতিবিশ্ব গঠিত হ'ব?

27. ৰোধাংকৰ প্ৰতিকায়ক (reciprocal) কি বোলে?

28. তলত দিয়া কোনবিধ সঁজুলিৰদ্বাৰা পৰিৱৰ্ত্তী বিভৱৰ উৎপাদন কৰিব পাৰি

29. ৰোধাংকৰ একক কি?

30. এক মিটাৰত কিমান মিলিমিটাৰ