Assamese Grammar Mock Test
1. তলৰ শব্দ কেইটাৰ কোনটোৰ বানান অশুদ্ধ?

2. মানুহ বুজোৱা শব্দৰ অনাদৰত ব্যৱহৃত বহুবচনৰ প্রত্যয় হৈছে

3. দুৰ উপসৰ্গৰ বাহিৰে আন উপসৰ্গৰ ৰ ৰ পাছত থকা নম আৰু নী ধাতুৰ মূৰ্দ্ধন্য ণ হয়। ইয়াৰ উদাহৰণ হ’ল

4. তলত দিয়াবোৰৰ কোনটো সন্ধি ভুল

5. যি বৰ্ণ কাৰো সহায় নোহোৱাকৈ উচ্চাৰণ হয় তাক কি বৰ্ণ বোলে?

6. তলৰ কোনটো শব্দত স্বভাৱতে মূৰ্দ্ধন্য ‘ণ’ ব্যৱহাৰ হৈছে

7. নিৰ্দিষ্টতাবাচক প্রত্যয়ক কোনো বৈয়াকৰণে নাম দিছে

8. 'সংস্কৃত' শব্দটোৰ শুদ্ধ ৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

9. 'তজ্জন্য' শব্দটোৰ শুদ্ধৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

10. অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনিৰ সংখ্যা কিমানটা?

11. যি খণ্ডবাক্যৰ শব্দবিলাকে সিহঁতৰ সাধাৰণ অৰ্থ এৰি আন অৰ্থ প্ৰকাশ কৰে তাক কি বোলে?

12. 'ষড়ান'’ শব্দটোৰ শুদ্ধ ৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

13. অসমীয়া ভাষাত স্বৰবৰ্ণৰ সংখ্যা হৈছে

14. গা শব্দৰ লগত গা শব্দৰে কৰা জতুৱা-ঠাচ এটা হ’ল

15. কোনটো শুদ্ধ লিখা

16. তলৰ কোনটো শব্দৰ পুংলিঙ্গ ৰূপৰ প্রয়োগ নাই?

17. তলৰ কোনটো শব্দৰ পুংলিঙ্গ-স্ত্ৰীলিঙ্গ বুজাবলৈ আগত বেলেগ বেলেগ শব্দৰ প্ৰয়োগ হয়?

18. অসমীয়া স্ত্ৰী প্ৰত্যয়ৰ এটা হ’ল

19. তলত দিয়াবোৰৰ কোনটো শুদ্ব ?

20. তলৰ কোনটো স্পৰ্শ বৰ্ণ ?

21. তলৰ কোনটো শুদ্ধ

22. তলৰ কোনটো বিপৰীত লিঙ্গ শুদ্ধ নহয়?

23. তলৰ শব্দবোৰৰ কোনটোত ণ নবহে

24. স্বৰবৰ্ণ আন বৰ্ণত যোগ হ’লে তাৰ আকৃতিৰ পৰিৱৰ্তন

25. সন্মান অৰ্থত ব্যৱহাৰ হোৱা এটা প্ৰত্যয় হ’ল

26. এটা কণ্ঠবৰ্ণৰ উদাহৰণ দিয়া

27. তলৰ কোনটো বিপৰীত লিঙ্গবাচক ৰূপ অশুদ্ধ?

28. তলৰ কোনটো শব্দৰ স্ত্ৰীলিঙ্গৰ ৰূপটো অশুদ্ধ কৰি দেখুওৱা হেছে?

29. তলৰ কোনটো একবচনবাচক প্ৰত্যয় নহয়?

30. 'বয়োধিক' শব্দটোৰ শুদ্ধৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?