English Grammar Mock Test
1. দাৰ্শনিক ৰুছোৱে তেওঁৰ শিশু শিক্ষা সম্বন্ধীয় গ্ৰন্থ 'Emile' প্ৰকাশ কৰিছিল

2. সংস্কৃত অভিধান মতে দেৱতাৰ লিঙ্গ হ’ল

3. সম্বোধনত কি বিভক্তি যোগ হয়?

4. ‘নামদাফা’ উত্তৰ-পূব ভাৰতৰ এক _ প্রকল্প

5. In which year, National Games was held in Assam

6. I was born _____ year 1990

7. My father ___________ newspaper after getting up.

8. ভাৰতৰ সর্বাধিক ধপাত উৎপাদনকাৰী ৰাজ্য কোনখন ?

9. সালােক সংশ্লেষণ সংঘটিত হয়

10. পানীৰ জৰিয়তে সংক্রমিত হ'ব পৰা এবিধ ৰোেগ হ’ল

11. স্পিয়েৰমেন এগৰাকী মনোবিদ আছিল

12. Which town is also known as the Manchester of Assam

13. গ্রীষ্মকালত পৃথিৱীখন

14. কেনেধৰণৰ শিক্ষক ছাত্র-ছাত্রীয়ে পছন্দ কৰে ?

15. তলত দিয়া জতুৱা-ঠাচৰ বাক্যবিলাকৰ কোনটো শুদ্ধ ?

16. শিক্ষকে তেওঁৰ বিষয়ে শিকোৱা উচিত

17. After having tea, he settled himself -------- his arm chair.

18. তলৰ কোনটো বিভক্তি চিন অসমীয়া ভাষাত কেতিয়াবা কেতিয়াবা কৰ্তাকাৰকত প্ৰয়োগ হয়?

19. তলৰ শব্দবোৰৰ পুংলিঙ্গ কোনটো ?

20. কোন দুটাৰ মাজত গ্রহাণুপুঞ্জ অৱস্থিত

21. শিশুৰ বিদ্যালয়ত অনুপস্থিতিৰ প্রৱণতাৰ বাবে এজন শিক্ষক হিচাপে আপুনি ভাবে

22. মানুহজাক আহিছে--ইয়াত ‘জাক’ বহুবচনৰ প্ৰত্যয় কি অৰ্থত ব্যৱহাৰ হৈছে?

23. শংকৰদেৱক ভাগৱতখন দিয়া লোকজন কোন?

24. The passenger has _______ luggage with him,

25. You need to clean your shoes properly.

26. অভ্যাসক কোৱা হয়

27. The Treaty of Yandabo was signed in the year

28. বতৰৰ পৰিঘটনাৰােৰ ক'ত ঘটে?

29. Neighbouring country is not enamoured __________ the bomb for its own sake.

30. Their tragic experience in the recent past provides an index __________ the state of lawlessness in this region.