Assam TET 2019 Mock Test
1. 25, 34, 31, 23, 22, 26, 35, 28, 20, 32 ৰ মধামা হ'ব

2. তলৰ কোনটো ভগ্নাংশ ⁸/16 ৰ সমমান বা সমতুল্য ভগ্নাংশ হয়

3. তলৰ কোনটো মৌণিক সংখ্যা নহয়

4. কোনো এটা বস্তু পাচঁশ টকাত কিনি এহেজাৰ টকাত বেচিলে কিমান শতাংশ লাভ বা লোকচান হ’ব?

5. তলৰ কোনাটো ¾ ৰ সমতুল্য ভগ্নাংশ হয়

6. দুটা সমান্তৰাল সৰলৰেখাই পৰস্পৰক কমপক্ষে কেইটা বিন্দুত ছেদ কৰিব পাৰি?

7. কোনো এটা শ্ৰেণীৰ 100 জন ছাত্ৰ-ছাত্ৰীয়ে পৰিসংখ্যা বিজ্ঞানত পোৱা নম্বৰৰ গড় 72। 70 জন ছাত্ৰ‌ই পোৱা নম্বৰৰ গড় আছিল 75। ছোৱালীবিলাকৰ গড় নম্বৰ নিৰ্গয় কৰা

8. 10 টা কলমৰ বিক্ৰী দাম 14 টা কলমৰ কিনাদামৰ সমান হ’লে, লাভৰ শতকৰা হাৰ হ'ব

9. আমি জানো যে ত্ৰিভূজ আকৃতত সজাব পৰা সংখ্যাবোৰ হ'ল 1, 3, 6 10, 15........। যদি ত্ৰিভূজ নিৰ্ণয় কৰিব পৰা সংখ্যা Xn = n(n + 1)/2 সূত্ৰৰ দ্বাৰা পাব পাৰি তেন্তে 10 তম ত্ৰিভূজ আকৃতিৰ সংখ্যা হ'ল

10. 10 জন শ্ৰমিকে এটা কাম 20 দিনত কৰে, 20 জন শ্ৰমিকে সেই কামটো কেই দিনত কৰিব?

11. 1 ছেঃমিঃ, 2 ছেঃমিঃ, 3 ছেঃমিঃ দৈৰ্ঘ্য বিশিষ্ট শলাৰে এটা ত্ৰিভূজ আকিব পাৰিনে?

12. 24, 36, 46, 17, 18, 25, 35 ৰ মধ্যমা হ'ব

13. কোনো এটা কাম A য়ে 8 দিনত কৰিব পাৰে আৰু B য়ে সেই একেটা কাম 12 দিনত কৰিব পাৰে। A আৰু B য়ে একেলগে কিমান দিনত কামটো সম্পূৰ্ণ কৰিব পাৰিব

14. 25 আৰু 26 সংখ্যা দুটাৰ গঃ সাঃ উঃ হ’ব

15. এটা আয়তৰ দৈৰ্ঘ 25% বৃদ্ধি আৰু প্ৰস্থ 25% হ্ৰাস কৰিলে আয়তটোৰ কালি হ'ব

16. 1, 8, 27, 64, ...... আদি সংখ্যা ক্ৰমে তলৰ কোনটো বুজাব?

17. 24 জন বনুৱাই এটা পুখুৰী 30 দিনত খান্দিব পাৰে। সেই একেটা পুখুৰী 10 দিনত খান্দিবলৈ কিমানজন বনুৱাৰ প্রয়োজন হ'ব?

18. 25 আৰু 26 সংখ্যা দুটাৰ লঃ সাঃ গুঃ হ'ব

19. ABC সমকোণী ত্ৰিভুজৰ AB = a + b, BC = 2√a√b আৰু

20. এখন চাইকেলৰ গতিবেগ 18 কিলোমিটাৰ প্ৰতি ঘণ্টাত হ’লে প্ৰতি ছেকেণ্ডত তাৰ গতিবেগ কিমান হ’ব?

21. আটাইতকৈ সৰু স্বাভাৱিক পূৰ্ণ বৰ্গ সংখ্যাটো

22. 5/0 এটা সংখ্যা

23. এটা ত্ৰিভূজৰ কোণবোৰ যথাক্ৰমে আন এটা ত্ৰিভূজৰ কোণবোৰৰ সৈতে সমান হ’লে সেই ত্ৰিভূজ দুটাক কি বোলে?

24. এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিঃস্থ কোণটো কি হ'ব পাৰে

25. অৰুণ বৰুণতকৈ 2 বছৰে ডাঙৰ। আকৌ বৰুণ তৰুণতকৈ 1 বছৰ সৰু ৷ যদি সিহঁতৰ গড় বয়স 24 বছৰ তেন্তে তৰুণৰ বয়স হ'ব

26. তোমাৰ হাতত যিমান টকা আছিল তাৰে 2/5 শতাংশ খৰচ কৰাৰ পিছত যদি তোমাৰ হাতত 3 টকা থাকে, তেন্তে তোমাৰ হাতত মুঠতে কিমান টকা আছিল?

27. শূন্য সংখ্যাটো বাদ দিলে পূৰ্ণ সংখ্যাৰ সংহতিটো হ'ব

28. 7 জন ল'ৰাৰ বয়স ক্ৰমে 15 বছৰ, 12 বছৰ, 17 বছৰ, 18 বছৰ, 20 বছৰ। সিহঁতৰ বয়সৰ গড় হ'ব

29. কোনো বৃত্তৰ ব্যাসৰ শেষ বিন্দুয়ে পৰিধিত যি কোণৰ সৃষ্টি কৰে তাৰ মান কিমান?

30. এটা কোঠাৰ দীঘ, প্রস্থ, উচ্চতা ক্ৰমে 7.5 মিঃ, 6 মিঃ আৰু 4 মিঃ হ'লে কোঠাটোৰ বেৰ চাৰিখণৰ কালি কিমান?