Assam TET Mock Test For LP
1. He has suffered heavy losses, yet he was rolling ________ wealth

2. 'অভ্যাস, জ্ঞান, আৰু মনোভঙ্গীৰ আয়ত্বকৰণ আৰু সংৰক্ষণেই হ;ল শিক্ষণ"- কোনে কৈছিল ?

3. 7, 9, 11, 7, 6, 5, 9, 11 ৰ বহুলক হ'ব

4. অসমৰ তেল শধনাগাৰ থকা ঠাই সমুহৰ নাম হ’ল-

5. শিশুৰ শিক্ষণ ক্ষমতা, যোগ্যতা অথবা শিক্ষাৰ সম্ভাৱনীয়তা নিৰ্ভৰশীল

6. শংকৰদেৱে কেইপ্ৰকাৰৰ ভটিমাৰ প্ৰৱৰ্তন কৰিছিল?

7. তলৰ কোনটো ভগ্নাংশ ²/₃ ৰ সমতুল্য নহয়

8. He was sitting with his back _____ me

9. তলৰ শুদ্ধ বানানটো বাছি উলিওৱা

10. বিশেষ্য পদৰ বহুবচনৰ চিনস্বৰূপে তলৰ কোনটো শব্দৰ ব্যৱহাৰ অতি বিৰল?

11. এটা বৰ্গৰ পৰিসীমা 50 মিঃ। বৰ্গটোৰ এটা বাহুৰ দীঘ কিমান?

12. এগৰাকী মাতৃৰ নিজৰ সম্তানৰ প্রতি থকা আগ্ৰহক কোৱা হয়

13. পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা অন্তিমখন নাটক হৈছে

14. স্বৰবৰ্ণ আন বৰ্ণত যোগ হ’লে তাৰ আকৃতিৰ পৰিৱৰ্তন ---

15. ৰজা নোহোৱাকৈ ৰজাৰ ক্ষমতা চলোৱা লোকক কি বুলি কোৱা হয়

16. তলৰ লিঙ্গবাচক কোনযোৰ শব্দ শুদ্ধৰূপে লিখা হোৱা নাই?

17. বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়

18. ৰেমণ্টৰ মতে, বিকাশৰ স্তৰকেইটা হ’ল

19. মাতৃভাষা আয়ত্বকৰণৰ ক্ষেত্ৰত শিশুৰ প্ৰথম অৱস্থাত প্ৰয়োজনীয় অভিজ্ঞতা হ’ল

20. ভাৰতীয় মানসময় গণনা কৰা হয়

21. মুক্ত বিদ্যালয় সঙ্গীন স্বায়ত্বশাসন সংগঠন হিচাপে স্বীকৃত হয়-

22. মাতৃভাষা ভালদৰে শিকিবলৈ কেইটা স্তৰ পাৰ হ’ব লাগে?

23. ভাৰতৰ উচ্চতম জলপ্রপাত হৈছে –

24. অজন স্তৰত হােৱা ছিদ্রৰ বাবে

25. Wangla is the main festival of

26. শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, বৌদ্ধিক আদি ক্ষেত্ৰত দেখা পোৱা বিভিন্নতাসমূহক কোৱা হয়

27. এজন অন্তৰ্মুখী ব্যক্তিৰ প্ৰধান বৈশিষ্ট্য হ’ল

28. গালি স্বৰূপে জস্তুৰ নাম মানুহত ব্যৱহাৰ হ’লে তলৰ কি ৰূপ ব্যৱহাৰ হয়?

29. ভাৰতত সেউজ বিপ্লৱৰ পিতৃ কোন?

30. There was ______ milk in the diary and so i had to return without it.

31. এখন আয়তাকাৰ পথাৰৰ, দীঘ 80 মিঃ আৰু প্ৰস্থ 60 মিঃ। পথাৰখনৰ চাৰিওফালে তিনিপাক দিবলৈ কিমান দীঘল তাৰ লাগিব

32. You must be back ___ four o'clock.

33. Twelve terrorists ___________ in air strike.

34. এটা সমকোণী ত্ৰিভুজৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হব যদিহে আন দুটা বাহুৰ মাপ 5 ছেঃমিঃ আৰু 12 ছেঃমিঃ হয়?

35. Meena wants __________ milk.

36. He had to repent ________ what he had done.

37. We … Mrs Stewart when we were in California.

38. "Chutiya people" are the descendants of the __________ family of Mongoloid origin.

39. শিশু এটাই ব্যাকৰণ প্ৰসূত বাক্য ভালদৰে ক’ব পাৰে

40. গুণ বুজোৱা আ কাৰান্ত শব্দত স্ত্ৰী লিঙ্গত কি প্ৰত্যয় হয়

41. তলত উল্লেখ কৰা কোন তিনিটা উপাদানৰ অবিহনে পৃথিৱীত জীৱৰ উপস্থিতি সম্ভৱ নহয়

42. President Saddam Hussain has lived -------- the gun all his life.

43. My brother … football in the same club as me.

44. বৰছাক হ'ল-

45. কাছাৰ জিলা আৰু ত্রিপুৰা ৰাজ্যৰ সীমাত থকা নদীখনৰ নাম কি ?

46. Education শব্দটো কোন ভাষাৰ পৰা আহিছে ?

47. Do you know, I ___________ asked by them to be honest?

48. He was disappointed ________ not finding the doctor in his seat.

49. ব্রাজিলত পৰিৱেশ সম্পর্কীয় আৰু জৈৱ বৈচিত্র ৰক্ষাৰ ওপৰত অনুষ্ঠিত আন্তঃজার্তিক সন্মিলনখন কিমান চনত অনুষ্ঠিত হৈছিল ?

50. চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাৰ পৰা তিনিটা অঙ্কৰে লিখিব পৰা বৃহত্তম সংখ্যাটো বিয়োগ কৰিলে কি হ’ব?

51. তলৰ কোনটো শুদ্ধ

52. I have a distate -------- publicity.

53. সমান অৰ্থত ব্যৱহাৰ হোৱা এটা প্ৰত্যয় হ’ল

54. মুকলি বিশ্ববিদ্যালয় বুলি কোৱা হয়-

55. অভ্যাস যিমানে পুৰণি হয়

56. প্ৰদূষণৰ প্ৰভাৱ প্রথম লক্ষ্য কৰা হৈছিল

57. ‘নামদাফা’ উত্তৰ-পূব ভাৰতৰ এক _ প্রকল্প

58. "Bah Gossain Puja" (Bamboo God) is the most important festival of ______

59. তলৰ কোনটো নিৰ্দিষ্টতাবাচক প্ৰত্যয় পাতল চেপেটা বস্তবাচক?

60. দুটা দুটা স্ত্ৰীলিঙ্গ ৰূপ থকা শব্দ এটা হ’ল