Assam TET Mock Test For LP 150 Marks
1. Two persons are sitting _____ chair

2. Robin Hood was a character who ________ from the rich and gave to the poor.

3. The Indian magpie indulges -------- a long flight.

4. It is very dangerous to intrude ___________ the enemy's camp

5. I ________ to see her twice, but she wasn’t home.

6. He was disappointed ________ not finding the doctor in his seat.

7. She has ______ things to do.

8. Meera is sitting _____ chair.

9. The customer smashed his fist down _________ the table.

10. Why don’t you believe me? I ________ you the truth!

11. Very often we do not get what we fine ------

12. Religious leaders should not delve -------- politics.

13. By the time I get home, my wife ________ (eat) the whole cake.

14. My friend has been living in UK

15. I ___________ (call) you tomorrow at 5:00 PM.

16. She makes cakes every Sunday.

17. A child could not have done this mischief.

18. _______ union leader will address the workers.

19. I always ________ my best.

20. Bin Laden has been familiar _________ a gun all his life.

21. Under this heavy load the bridge will give -------

22. I … to the cinema tonight: I’ve got a lot of work to finish.

23. The children ________ outside.

24. Ravi could not dissociate himself _________ what he said earlier.

25. He received _____ help from the teachers.

26. I will finish this work _____ today evening.

27. The dog ran

28. I have to manage with _________ money i earn.

29. Women is looking _______ her diamond ring

30. I … English tea. Is it good?

31. বহুবচন বাচক প্রত্যয়ৰ ব্যৱহাৰ হয়

32. পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা অন্তিমখন নাটক হৈছে

33. অসমত কোন চনত চাহ আৱিস্কাৰ হৈছিল?

34. বয়ঃসন্ধি কালৰ কোনটো বৈশিষ্ট নহয় ?

35. শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি?

36. মাধৱদেৱে সৃষ্টি কৰা ভটিমাবিধ হৈছে

37. 'অভ্যাস, জ্ঞান, আৰু মনোভঙ্গীৰ আয়ত্বকৰণ আৰু সংৰক্ষণেই হ;ল শিক্ষণ"- কোনে কৈছিল ?

38. ব্যাঞ্জনবৰ্ণত স্বৰবৰ্ণ যোগ নহ’লে কি চিন ব্যৱহাৰ হয়

39. তলৰ কোনটো স্বাভাৱিকতে ষ হয়?

40. তলৰ কোনটো একবচনবাচক প্ৰত্যয় নহয়?

41. শিক্ষা বিকাশৰ আন্তর্জাতিক আয়োগে সমগ্র পৃথিৱী জুৰি শিক্ষা নীতিসমুহৰ নির্দেশক নীতি হিচাপে জীৱন ব্যাপি শিক্ষাৰ কোন চনত ঘোষণা কৰিছিল ?

42. অসমীয়াত উপাধিবাচক বিশেষ্য শব্দৰ পাছত ব্যৱহাৰ হোৱা এটা স্ত্ৰী প্ৰত্যয় হৈছে?

43. 'জুনুকা' হৈছে লক্ষ্মীনাথ বেজবৰূৱাৰ

44. "নামঘোষাই অসমীয়া জাতীয় সাহিত্যত গীতা, উপনিষদ আদিৰ ঠাই অধিকাৰ কৰি আছে" এইষাৰ কাৰ উক্তি ?

45. কি সন্ধি ভাঙিব নোৱাৰি

46. দুৰ উপসৰ্গৰ বাহিৰে আন উপসৰ্গৰ ৰ ৰ পাছত থকা নম আৰু নী ধাতুৰ মুৰ্দ্ধন্য ণ হয় । ইয়াৰ উদাহৰণ হল

47. গুণ বুজোৱা আ কাৰান্ত শব্দত স্ত্ৰীলিঙ্গত কি প্ৰত্যয় হয়

48. সুকীয়া উচ্চাৰণ নথকা বৰ্ণ বুলিলে কাক বুজায়

49. অসমীয়া ভাষাত বচন কেই প্রকাৰৰ?

50. গুৱাহাটী বিশ্ববিদ্যালয় খন কেতিয়া স্থাপিত হৈছিল?

51. আধুনিক Pedagogy ৰ বাটকটীয়া হৈছে -

52. দুটা ভিন ভিন শব্দ গোট খাই এটা হ’লে তাৰ আগত ঋ,ৰ, স থাকিলে ন মূৰ্ন্দ্ধন্য নহয়। এই নিয়ম মতে কোনটো শুদ্ধ

53. ক্লীৱলিঙ্গক স্ত্ৰীলিঙ্গ কৰা ৰূপ এটা হ’ল

54. শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?

55. তলৰ কোনখন মহাপুৰুষ শংকৰদেৱৰ কাব্য নহয়?

56. কোন চনত ড° নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হয়?

57. মাধৱদেৱৰ ৰচনা হিচাপে সন্দেহজনক গ্রন্থখন কি?

58. জোনাকী কাকতৰ প্ৰথম সম্পাদক গৰাকী হ’ল

59. ʼগুণমালা’ কাব্য কি ছন্দত ৰচা?

60. তলৰ কপাল শব্দটোৰ লগত সংগত হোৱা জতুৱা-ঠাচ কোনটো ?

61. লাক্ষাদ্বীপপুঞ্জৰ মুঠ দ্বীপৰ সংখ্যা হৈছে-

62. পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ প্ৰৱল ?

63. কাজিৰঙা ৰাষ্ট্রীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপ্র ঘোষণা কৰা হয় ?

64. পূবঘাট আৰু পশ্চিমঘাট পর্বতমালা কত লগ লাগিছে ?

65. ভাৰতৰ সর্বাধিক নগৰীকৃত ৰাজ্যখন কি ?

66. কি ভিটামিনৰ অভাৱত কুকুৰীকণা ৰােগ হয়?

67. আটাইতকৈ বেছি পৰিমাণৰ পৰিষ্কাৰ পানী ক’ত পােৱা যায় ?

68. ভূমি প্ৰদূষণৰ প্ৰধান কাৰণ হ'ল

69. বায়ুত আটাইতকৈ কি গেছ বেছি পৰিমাণে থাকে?

70. তলৰ কোনটো ধাতুৰ অনিষ্টকাৰী প্ৰভাৱ আছে

71. মেলেৰীয়া ৰােগৰ বীজাণুৰ নাম

72. নর্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল

73. ভাৰতৰ ক্ষুদ্রতম কেন্দ্রিয়শাসিত অঞ্চল কি ?

74. এচিড বৰষুণৰ বাবে ইয়াৰ একো ক্ষতিগ্রস্ত নহয়

75. শিক্ষকৰ সৰাততকৈ কৰণীয় হ’ল

76. কোন দুটাৰ মাজত গ্রহাণুপুঞ্জ অৱস্থিত

77. শ্বেত মহাদেশ (White Continent) বুলিলে কি বুজায় ?

78. তলৰ কোনখন পৰিকলিপ চহৰ নহয় ?

79. যেতিয়া কোনাে শিক্ষার্থীয়ে শিক্ষকে শিকোৱা ধৰণে বা কিতাপত থকা ধৰণে কোনাে প্রশ্নৰ উত্তৰ লিখাতকে পৃথকভাৱে লিখিবলৈ চেষ্টা কৰে তেওঁক আপুনি

80. তলৰ কোনখন মালভূমি খনিপ্রধান অঞ্চল হিচাপে বিশ্ব বিখ্যাত ?

81. মানৱ শৰীৰৰ _ শতাংশই পানী

82. আন্দামান নিকোবৰ দ্বীপপুঞ্জত মানুহে বসবাস কৰা দ্বীপৰ সংখ্যা হৈছে-

83. বিভিন্ন প্রজাতিৰ উদ্ভিদ আৰু প্রাণী বে-আইনীভাৱে সংগ্রহ কৰি চলােৱা ব্যৱসায়ক ক'ব পাৰি

84. পশ্চিম কাৰ্বি আংলং জিলাৰ এটা মহকুমা হল

85. তলৰ কোনজন ভাৰতীয় বিজ্ঞানীয়ে চিকিৎসা বিজ্ঞানত ন'বেল বঁটা পাইছিল

86. পানীৰ জৰিয়তে সংক্রমিত হ'ব পৰা এবিধ ৰোেগ হ’ল

87. ‘নামদাফা’ উত্তৰ-পূব ভাৰতৰ এক _ প্রকল্প

88. অৰণ্য ধ্বংসৰ পৰিণতি হৈছে-

89. উত্তৰ-পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্রায় উদ্ভিদ হৈছে

90. জধেমধে গছ কটাৰ বিৰুদ্ধে ভাৰতৰ মাটিত পােন প্রথমবাৰ কোনে আন্দোলন কৰিছিল?

91. দুজন ছাত্রৰ মাজত কাজিয়া লাগিলে শিক্ষকৰ মুখ্য ভুমিকা হব-

92. এগৰাকী মাতৃৰ নিজৰ সম্তানৰ প্রতি থকা আগ্ৰহক কোৱা হয়

93. কৈশোৰ কালত ল’ৰাতকৈ ছোৱালীৰ জৈৱ-ৰাসায়নিক পৰিৱৰ্তন (Bio-Chemical Change)

94. শিশুসকলৰ জীৱন মূলতঃ পৰিচালিত হয়

95. মনোবিজ্ঞানী জেমছৰ মতে ব্যক্তিত্বৰ প্রধান শ্ৰেণী বিভাগ হ'ল

96. স্কুলত নির্বাচন পতা উচিত, কাৰণ-

97. ছোৱালীৰ যৌৱন প্রাপ্তি সাধাৰণতে সমবয়সৰ ল’ৰাতকৈ

98. বিশ্বায়নৰ মূল শ্লোগান হৈছে-

99. যিকোনো প্ৰশিক্ষণ বা বৃত্তি-পাঠক্ৰমৰ বাবে ব্যক্তি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হয়

100. স্পিয়েৰমেন এগৰাকী মনোবিদ আছিল

101. ব্যক্তিয়ে তেওঁৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগত দৈহিক আৰু মানসিক ভাৱে নিজকে খাপ খুৱাই চলিব পৰাকে

102. শিশুৰ বুদ্ধি বৃত্তি, অভিৰুচি, ব্যক্তিত্ব আৰু চৰিত্ৰৰ মাজত পাৰ্থক্য থকাটো আঙুলিয়াই দিয়ে

103. বিনে, চাইমনৰ বুদ্ধি পৰীক্ষাক জনা যায়

104. কেনেধৰণৰ শিক্ষক ছাত্র-ছাত্রীয়ে পছন্দ কৰে ?

105. "ভালকৈ বিচাৰ কৰা, ভালকৈ যুক্তি দৰ্শোৱা আৰু ভালকৈ হৃদয়ঙ্গম কৰা ক্ষমতা" - বুদ্ধি সন্দৰ্ভত এই মতামত আগব়াইছিল

106. শিশুৱে দৌৰা, জঁপিওৱা, পুতলা খেলা ইত্যাদি কামবোৰ কৰি পৰম তৃপ্তি লাভ কৰে

107. ব্যক্তি বিভিন্নতাৰ ওপৰত ধাৰণা অতি সুস্পষ্ট হোৱাটো নিতান্তই প্রয়োজনীয়

108. হিপ'ক্ৰেটিছৰ মতে - কৰ্মপ্ৰিয়, আশাবাদী আৰু সকলো ক্ৰিয়া-আচৰণৰ ক্ষেত্ৰত উদ্দীপ্ত ব্যক্তিত্বৰ লোক সকল হ’ল

109. শিক্ষা বিভাগৰ মুৰব্বীজনক শিক্ষাধিকাৰ বোলাৰ পৰামর্শ প্রথম দিয়া হৈছিল-

110. চুইজাৰলেণ্ডৰ মনোৰোগ চিকিৎসক কাৰ্ল যুঙৰ (Curl Jung) ব্যক্তিত্বৰ ভাগ কেইটা হ'ল

111. Personality শব্দটো আহিছিল

112. ব্যক্তিগত বৈষম্যৰ অৰ্থ হ’ল

113. ব্যক্তিৰ আগ্ৰহ হ’ল

114. শিক্ষণৰ সময়ত তুমি এটা বিষয় কেনেকৈ মনোগ্রাহী কৰিবা ?

115. সু-অভ্যাস আৰু কু-অভ্যাস গঠন কৰাটো নিৰ্ভৰ কৰে

116. গঠন হোৱা অভ্যাসক পৰিত্যাগ কৰিবলৈ

117. শিশুৰ খং প্ৰচন্দতাৰ বয়স বুলি কোৱা হয়

118. তলৰ কোনটো মুল্যবোধৰ উৎস নহয় ?

119. মনোবিজ্ঞানী উইলিয়াম জেমচৰ মতে সাধাৰণভাবে ব্যক্তিত্বক ভাগ কৰা শ্ৰেণী দুটা হ’ল

120. শিশুক কিবা এটা কৰিবলৈ ক'লে, খাবলৈ ক’লে নোখোৱা, বয়স্কসকলৰ আদেশ অমান্য কৰা, অনুৰোধ উপেক্ষা কৰা স্বভাৱটোক কোৱা হয়

121. 0 ৰপৰা 40 মাজৰ কোনকেইটা সংখ্যাক ত্ৰিভুজ আকৃতিত সজাব পাৰি?

122. এখন আয়তাকাৰ পথাৰৰ, দীঘ 80 মিঃ আৰু প্ৰস্থ 60 মিঃ। পথাৰখনৰ চাৰিওফালে তিনিপাক দিবলৈ কিমান দীঘল তাৰ লাগিব

123. এডাল বাঁহ 0.4 ভাগ পানীত, 0.5 ভাগ বোকাত আৰু 7 মিটাৰ পানীৰ ওপৰত আছে বাঁহটো কিমান দীঘল?

124. গৰীমাই এখন শাৰী 1240 টকাত কিনি পিচত 1147 টকাত বিক্ৰী কৰে। তেওঁ লোকচানৰ শতকৰা হাৰ হ’ব

125. এটা সুষম বহুভুজৰ কিমানটা বাহু থাকিব যদিহে ইয়াৰ প্রতিটো অন্তঃস্থকোণৰ জোখ 165° হয়?

126. এটা ত্ৰিভূজৰ কোণবোৰ যথাক্ৰমে আন এটা ত্ৰিভূজৰ কোণবোৰৰ সৈতে সমান হ’লে সেই ত্ৰিভূজ দুটাক কি বোলে?

127. 500.00 টকাৰ 3 বছৰত 6% সুতৰ হাৰত সৰল সুত হ'ব

128. বাবু, কানু আৰু ৰাজুৰ মুঠ উচ্চতা 480 ছেঃমিঃ। যদি কানুৰ উচ্চতা 155 ছেঃমিঃ, তেন্তে বাবু আৰু ৰাজুৰ গড় উচ্চতা কিমান?

129. তিনিটা সংখ্যাৰ গড় 52। প্ৰথম সংখ্যা দুটাৰ গড় 47.5 আৰু শেষৰ সংখ্যা দুটাৰ গড় 55.5। দ্বিতীয় সংখ্যাটো কি?

130. এটা বস্বাচৰ কালি 108 বৰ্গ ছেঃ মিঃ হ'লে ৰস্বাচটোৰ কৰ্ণ দুডালৰ সম্ভাব্য মাপ হ'ব

131. তলৰ কোনটো প্রকৃত ভগ্নাংশ

132. কোনো কাম সম্পূৰ্ণ কৰোতে সুনীলে যিমান সময় লয়, অমিতে তাৰ দুগুণ সময় লয়। যদি এটা কাম অমিত 4 দিনত সম্পূৰ্ণ কৰে, তেন্তে সুনীলে অকলে সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব?

133. কোনো এক মূলধন সৰল সূতত 3 বছৰত 448.00 টকা হ'লগৈ। যদি সূতৰ হাৰ 4% হয়, তেন্তে মূলধন হ'ব

134. 9/21 ভগ্নাংশটো তলৰ কোনটোৰ সমতুল্য

135. তলৰ কোনটো শুদ্ধ

136. 10% সুতৰ হাৰত 600.00 টকা কিমান বছৰত সুতেমূলে 840.00 টকা হ'ব?

137. 10 আৰু 20 ৰ মাজৰ অযুগ্ম সংখ্যা কেইটাৰ গড় নিৰ্ণয় কৰা

138. y² - 9y = 0 হ’লে y ৰ মান কিমান?

139. আটাইতকৈ সৰু পূৰ্ণ সংখ্যা

140. কোনো সংখ্যাক শূণ্যৰে পূৰণ কৰিলে তাৰ উত্তৰ কি হ’ব?

141. এটা ত্ৰিডুজৰ বাহুকেইটাৰ দীঘ ক্রমে 10 ছে: মিঃ, 8 ছেঃ মিঃ, 6 ছেঃ মিঃ হ'লে, ত্ৰিডুজটোৰ কালি কিমান?

142. 9.50 টকা দৰত 5 খন কিতাপ, 6.30 টকা দৰত 8 টা কলমৰ দাম হ'ব

143. 26 x 25 = 26 x ¹⁰⁰/₄ হ'লে 27 x 125 হ’ব

144. দুটা সংখ্যাৰ লঃসাঃগুঃ 84, গঃসাঃগুঃ 8, তাৰে এটা সংখ্যা 16 হ’লে আনটো কিমান?

145. তলৰ কোনটো সংখ্যা 3 ৰ শুণিতক নহয়

146. তলৰ কোনটো সংখ্যা মৌলিক অথবা যৌগিক নহয়

147. তলৰ কোনটো সংখ্যাৰদ্ধাৰা বৰ্গ সজাব নোৱাৰি

148. 1, 2, 3, 4, 5, 6, ...... আদি সংখ্যা ক্ৰমে তলৰ কোনটো বুজাব?

149. প্ৰথম 6 টা স্বাভাৱিক সংখ্যাৰ মধ্যমান হ'ব

150. যাদি 6, 8, 5, x আৰু 4 ৰ মাধ্য 7 হয় তেন্তে x ৰ মান হ'ব