History Mock Test
1. তলৰ কোনটো মার্গ বা পথ অষ্টাংগিক মার্গৰ অন্তৰ্গত নহয়

2. Ghiyashuddin Awliya associated with

3. ভাৰতত প্ৰৱেশ কৰা প্ৰথম আৰ্যসকল সম্বন্ধে তলৰ কোনটো উক্তি অশুদ্ধ

4. তুর্বকে কেতিয়া আহােম ৰাজ্য আক্রমণ কৰে?

5. In which place the first battle fought by the Ahoms against the Mughals?

6. The ancient name of Cachar was

7. ভগাৰজা কোন আছিল?

8. গৌতম বুদ্ধৰ মাতৃৰ নাম আছিল

9. গুৰু চৰিতত উল্লেখ থকা মতে দুর্লভ নাৰায়ণে কোন দেশৰ পৰা ভূঞাসকলক আনিছিল?

10. The temple of Tamreswari Mai was dedicated to

11. সিন্ধু সভ্যতাক তলত দিয়া কোনটো নামেৰে জনা যায়?

12. মহেঞ্জোদাৰৰ সভাতা তলৰ কোনখন নদীৰ পাৰত অৱস্থিত?

13. চিলাৰায়ক কোনে বন্দী কৰিছিল?

14. হৰপ্পাত পােন প্রথমে সভ্যতাৰ নিদর্শন আৱিষ্কাৰ কৰে

15. In January 1663, Treaty of Ghilajharighat was signed by Ahoms with the Mughal commander:

16. In which year the battle of Saraighat was fought?

17. ৰংপুৰ নগৰৰ পৰিকল্পনাৰ বাবে কোচবিহাৰৰ পৰা ঘনশ্যাম খনিকৰক কোনে মতাই আনিছিল?

18. বর্মন বংশৰ সৰ্বশ্রেষ্ঠ ৰজাজন কোন আছিল?

19. স্বৰ্গদেউ প্রতাপ সিংহৰ বাজত্বকালত পাইক বা খেল প্ৰথাৰ সংস্কাৰ সাধন কৰা বিষয়াগৰাকী কোন আছিল

20. তলৰ কোনটো যুগ প্রস্তুৰ যুগৰ ভিতৰত নপৰে

21. 'Dasya-bhab' adopted by

22. মৌর্য বংশ প্রতিষ্ঠা কৰিছিল

23. সিন্ধু উপত্যকা সভ্যতা সম্পর্কে তলৰ কোনটো মন্তব্য সত্য নহয়?

24. চকাৰ আৱিষ্কাৰৰ প্রাচীনতম চিত্র কোন সভ্যতাত পােৱা যায়?

25. অসমৰ জলপথত প্ৰথম জাহাজ সেৱা আৰম্ভ হৈছিল?

26. অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুস্থিত হৈছিল?

27. অসমৰ 'কুমাৰ ৰজা' বুলি পৰিচিত ব্যক্তি গৰাকী কোন?

28. Who wrote 'Tungkhugia Buranji'?

29. কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

30. কোনজন আহােম স্বৰ্গদেউৰ ওপৰত ছত্রভংগ যােগ’ পৰা বুলি জ্যোতিষীয়ে ভৱিষ্যদ্বাণী কৰিছিল?