Geography Mock Test
1. পৃথিৱীৰ উপৰিভাগৰ ____ শতাংশ ঠাই জলভাগে আগুৰি আছে

2. পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্রদটো হ'ল

3. পৃথিৱীৰ দীর্ঘতম পর্বতমালা হ'ল

4. ২০০১ চনৰ মতে ভাৰতৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত

5. সেউজ বিপ্লৱ সূচনা হৈছিল

6. ১৯৮৯ চনৰ মতে অসমত মুঠ চাহ বাগিচাৰ সংখ্যা আছিল

7. অসমৰ অক্ষৰৈখিক আৰু দ্ৰাঘিমাৰৈখিক বিস্তৃতি হ’ল

8. গুৱাহাটীত বৰষুণৰ পৰিমাণ হ’ল

9. এছিয়া মহাদেশৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য হ'ল

10. লাক্ষাদ্বীপপুঞ্জ আৰু মিনিকয় দ্বীপপুঞ্জক _ প্ৰণালীয়ে পৃথক কৰিছে

11. _____ নদীক পীত নদীও বেলা হয়

12. পৃথিৱীৰ ভিতৰত দ্বিতীয় প্রধান সােণৰ খনি হ’ল

13. ৰকি পর্বতমালা হল

14. কলম্বাছে আমেৰিকা আৱিষ্কাৰ কৰিছিল

15. পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ সময় লয়

16. ব্ৰহ্মপুত্ৰ শদিয়াৰ পৰা মোহনালৈ _ কিঃ মিঃ দৈৰ্ঘ্য

17. ভাৰতবৰ্ষৰ ঘেঁহুৰ ভঁৰাল হ’ল

18. ফ’বােছ আৰু জিমাছ উপগ্রহ দুটা হ’ল

19. ___ নৈৰ উৎস হল টবকাল হ্ৰদ

20. মিনিকয় দ্বীপ আৰু মালদ্বীপৰ মাজত _ প্ৰণালী অৱস্থিত

21. ইউৰােপৰ জনবসতিৰ ঘনত্ব হ'ল

22. ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত পৰ্বত শাৰী হ’ল

23. ডিগবৈৰ তৈলক্ষেত্ৰ আৱিষ্কাৰ হয় _____ চনত

24. বৰাক, মহানদী, গোদাবৰী, কৃষ্ণ, কাবেৰী হ’ল

25. ___ পৃথিৱীৰ উচ্চতম পর্বত

26. সৌৰজগতত অস্থায়ীভাৱে ভুমুকি মৰা উজ্জ্বল বাষ্পপিণ্ডবােৰ হ’ল

27. ভাৰতবৰ্ষৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ হ’ল

28. অসমৰ ____ জিলাত সৰ্বাধিক ধান উৎপাদন হয়

29. ইংলেণ্ড আৰু স্কটলেণ্ডৰ মাজত _ পর্বত অৱস্থিত।

30. ____ চাহ নিলাম বজাৰে পৃথিৱীৰ ভিতৰত প্রথম স্থান লাভ কৰিছে