Assam TET 2019 Mock Test
1. ভাৰতৰ উপকুল অঞ্চলত থকা বৃহত্তম নদীখনৰ নাম কি ?

2. তলত দিয়া কোনবিধ গেছে অʼজন বিনষ্ট নকৰে

3. তলৰ কোনটো ধাতুৰ অনিষ্টকাৰী প্ৰভাৱ আছে

4. তলৰ কোনবিধ প্রাণী অৱলুপ্ত প্রাণী

5. তলৰ কোনজন ভাৰতীয় বিজ্ঞানীয়ে চিকিৎসা বিজ্ঞানত ন'বেল বঁটা পাইছিল

6. বহুমুখী নদীবান্ধৰ সহায়ত কৰিব পৰা কামবােৰ হ’ল

7. ভাৰতৰ খনিত সঞ্চিত লো-আকৰৰ পৰিমাণ প্রায়-

8. খাদ্য শৃংখলত শক্তি কিদৰে প্ৰৱেশ কৰে?

9. তলত উল্লেখ কৰা কোন তিনিটা উপাদানৰ অবিহনে পৃথিৱীত জীৱৰ উপস্থিতি সম্ভৱ নহয়

10. শিক্ষার্থীয়ে সফলতা লাভ কৰিবৰ বাবে কিদৰে অনুপ্রাণিত কৰিব?

11. অসমৰ আটাইতকৈ পুৰণি তেল শােধনাগাৰ কোনটো?

12. জনসংখ্যা বৃদ্ধিয়ে ঠাইবিশেষে বৃদ্ধি কৰে

13. মাটিৰ তলৰ খনিজ ইন্ধন গঠন হয়

14. মানুহৰ দেহৰ কোনবিধ অংগই কথা মনত পেলােৱা আৰু যুক্তিৰে বিচাৰ কৰাত সহায় কৰে

15. ওৰাং ৰাষ্ট্রীয় উদ্যানৰ সীমা সুৰক্ষাৰ বাবে উচ্চ ন্যায়ালয়ত গোচৰ তৰা পৰিৱেশ সংগঠনটোৰ নাম কি ?

16. পৃথিৱীৰ কিমান অংশ সাগৰ আৰু মহাসাগৰে আবৰি আছে

17. কোনবিধ বৰ্গৰ প্রাণী আটাইতকৈ বেছি সংকটাপন্ন হৈছে

18. বায়ুমণ্ডলক কেবাটাও স্তৰত ভাগ কৰা হৈছে। সবাতােকৈ তলৰ স্তৰটো হ'ল

19. ভাৰতৰ দক্ষিণ প্রান্তৰ সমুদ্র উপকুল কি ?

20. বৰ্তমানৰ তিনি তৰপীয়া পঞ্চায়তীৰাজ ব্যৱস্থাৰ মূল হােতা হ’ল

21. ৩৮ নং ৰাষ্ট্রীয় ঘাইপথে কোন দুখন ঠাইক সংযোগ কৰিছে ?

22. আমি সততে ভূমিকম্পৰ কথা শুনিবলৈ পাওঁ। ভূমিকম্পৰ জোখৰ এককক কোৱা হয়

23. এজন শিক্ষক হিচাপে শ্ৰেণীত প্রশ্ন সােধাৰ প্ৰধান কাৰণ হ'ল

24. পশ্চিম কাৰ্বি আংলং জিলাৰ এটা মহকুমা হল

25. তলৰ কোনখন ঠাইত সূর্যৰ ৰশ্মি কেতিয়াও উলম্বভাবে নপৰে ?

26. পৃথিবীৰ ২৫ টা জৈৱ-বৈচিত্রৰ হটস্পটৰ ভিতৰত ভাৰতৰ জৈৱ বৈচিত্র হটস্পটৰ সংখ্যা কিমান ?

27. ডি ডি টি প্ৰদূষণৰ এবিধ প্রধান উৎস কাৰণ

28. ভাৰতৰ সর্বাধিক নগৰীকৃত ৰাজ্যখন কি ?

29. কোন দুটাৰ মাজত গ্রহাণুপুঞ্জ অৱস্থিত

30. কীটনাশকবােৰ কি