Assam TET 2019 Mock Test
1. নিম্নোক্ত কোনটো দ্ৰৱৰ মাজেৰে বিদ্যুত পৰিবহণ নহ'ব

2. ধাতুৰ সক্ৰিয়তাৰ শুদ্ধ ক্ৰমটো হ’ল

3. তলৰ কোনটো অধাতু সাধাৰণ উষ্ণতাত তৰল

4. তলৰ কোনটো ভৌতিক পৰিৱৰ্তন

5. Na₂CO₃ ৰ জলীয় দ্ৰৱৰ প্ৰকৃতি হৈছে

6. কাপোৰ ধোৱা চাবোনত থকা অধাতৱীয় আয়নবিধ হ’ল

7. উদ্ভিদে পৰিৱেশ প্ৰদূষণ হ্রাস কৰাত সহায় কৰে। সেই উদ্দেশ্যে প্রতি বছৰে জুলাই মাহত লাখ লাখ গছ ৰােপণৰ বাবে এক কাৰ্যসূচী লােৱা হয়। ই হল

8. অধাতুৰ অক্সাইডসমূহ

9. COD ৰ পূৰ্ণ ৰূপ হল

10. সালোক সংশ্লেষণ এটা

11. নীলা CuSO₄ ৰ দ্ৰৱত তলৰ কোনটো ডুবাই ৰাখিলে ৰাসায়নিক পৰিৱৰ্তন দেখা নাযায়

12. তলৰ কোনটোৱে অম্লৰ লগত বিক্ৰিয়া নকৰে

13. পুখুৰী, নদী, সাগৰ আদিৰ পানীৰ মাজেৰে বিদ্যুত চালিত হয় কিয়নাে এইবােৰ পানীত দ্রবীভূত হৈ থকা পদার্থবােৰ হৈছে

14. ছালফিউৰাছ এছিডৰ ৰাসায়নিক সংকেত হ’ল

15. কোনটো সূত্ৰৰ মতে, দুটা মৌলই এটাতকৈ বেছি যৌগ সৃষ্টি কৰিব পাৰে

16. গােলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ হ'ল

17. তলৰ কোনটো এটা গৌণ (Secondary) বায়ু প্ৰদূষক

18. অধাতুবোৰ সাধাৰণতে

19. সাধাৰণতে সাংশ্লেষিত সূতাবােৰ হৈছে— উচ্চ আণৱিক ভৰবিশিষ্ট

20. ভিনেগাৰত থকা জৈৱিক অম্লটো হৈছে

21. যিংকে তলৰ কোনটোৰ পৰা কপাৰ ধাতু অপসাৰিত কৰিব

22. চাইকেলৰ হেণ্ডেলৰ ৰূপালী ৰঙটো নিম্নোক্ত কোনটো ধাতুৰ

23. শৰীৰত অতিমাত্রা কার্বন-মন’ক্সাইডৰ কাৰণে উৎপাদিত পদার্থবিধ হ’ল

24. খোৱা চ'ডাত কোনটো ধাতু থাকে

25. নিম্নোক্ত কোনটো পদার্থ বিদ্যুতৰ সুপৰিবাহী

26. যিংকৰ লগত NaOH য়ে বিক্ৰিয়া কৰি উৎপন্ন কৰে

27. অত্যধিক নাইটেটৰ বাবে হােৱা ৰােগবিধি হ'ল

28. এলাম বা ফিটকিৰিবােৰ হৈছে

29. নষ্ট হােৱা লেটাৰ পৰা আহৰণ কৰা পাট সূতাক কি বােলে?

30. তলৰ কোনটো উক্তি শুদ্ধ