Biolodgy Mock Test
1. উদ্ভিদৰ কোনবোৰ কোষে পানীৰ সংবহন কৰে

2. C4 উদ্ভিদৰ উদাহৰণ হ’ল

3. বিন্দুস্ৰাব কিহৰ জৰিয়তে হয়

4. সালোক সংশ্লেষণত কিহৰ পৰা অক্সিজেন উৎপন্ন হয়?

5. কোষাবৰণৰ মাজেৰে উচ্চ গাঢ়তাৰ পৰা নিম্নগাঢ়তালৈ পদাৰ্থ কণাৰ চলনক কি বোলা হয়?

6. পোন প্রথমে চিনাক্ত হোৱা ভাইৰাছবিধ হৈছে

7. কোষীয় ক্ৰিয়া ক’ৰ পৰা নিয়ন্ত্রিত হয়?

8. কোষমুকুলোদগম্‌ হ’ল

9. তলৰ কোনটো ভাইৰাছজনিত ৰোগ

10. বেক্টেৰিয়াজনিত ৰোগবিধ বাছি উলিওৱা

11. মেৰুকায় সৃষ্টি হয়

12. প্ৰাণীকোষত থকা অথচ উদ্ভিদকোষত নথকা কোষাংগটো বাচি উলিওৱা

13. বননাশক ৰাসায়নিক দ্রব্য হ’ল- |

14. প্ৰকোষকেন্দ্ৰীয় কোষটো চিনাক্ত কৰা

15. তলৰ কোনটো ক্ষুদ্ৰতম কোষ?

16. সকলো প্রট'যৱাৰে

17. মাইটʼছিছৰ স্তৰসমূহৰ শুদ্ধ ক্ৰমটো বাচি উলিওৱ

18. বেক্টেৰিয়াবোৰ কোন ৰাজ্যৰ অন্তৰ্গত

19. সালোক সংশ্লেষণ উৎপাদন হয়

20. কপৌফুলৰ বীজ বিস্তাৰণৰ মাধ্যম

21. যকৃতৰ ৰোগ সৃষ্টি কৰা কৃমিটো হ'ল

22. মিওছিছৰ কোনটো স্তৰত ক্ৰছিং ওভাৰ হয়?

23. নাৰিকলৰ বীজৰ বিস্তাৰণৰ মাধ্যম

24. ভ্ৰুণৰ সৃষ্টি হয়

25. বৃহত্তম ভেঁকুৰবিধ হৈছে

26. আলতীয়া মাটিত হোৱা শস্য হ’ল

27. পত্ৰৰন্ধৰ পৰা হোৱা প্ৰস্বেদন

28. শেলাই আৰু ভেঁকুৰৰ সহজীৱিতাক কি বোলে

29. তলৰ কোনবিধ প্রট'য'ৱাৰ চলনাংগ নহয়

30. চাৰ্টলী কোষবোৰ পোৱা যায়