Assamese Grammar Mock Test
1. তলৰ সন্ধিযুক্ত শব্দৰ শুদ্ধটো বাছি উলিওৱা ?

2. এটা কণ্ঠবৰ্ণৰ উদাহৰণ দিয়া

3. তলৰ শব্দবোৰৰ পুংলিঙ্গ কোনটো ?

4. তলৰ কোনটো ব্যঞ্জনধ্বনি পশ্চতালব্য ?

5. 'উ' বৰ্ণটো হৈছে

6. যি বৰ্ণ কাৰো সহায় নোহোৱাকৈ উচ্চাৰণ হয় তাক কি বৰ্ণ বোলে?

7. তলৰ সন্ধিৰ কোনটো শুদ্ধ ?

8. ষত্ববিধি অনুসৰি গঠন হোৱা শুদ্ধ শব্দটো তলৰ শব্দবোৰৰ পৰা বাছি উলিওৱা

9. তলৰ কোনটো শুদ্ধ

10. 'বয়োধিক' শব্দটোৰ শুদ্ধৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

11. ব্যাঞ্জনবৰ্ণত স্বৰবৰ্ণ যোগ নহ’লে কি চিন ব্যৱহাৰ হয়

12. সম্মত ব্যৱহাৰ হোৱা এটা বহুবচন ৰূপ হ'ল

13. তলত দিয়া জতুৱা-ঠাচৰ বাক্যবিলাকৰ কোনটো শুদ্ধ ?

14. পৰ পৰা ম লৈকে কি বৰ্গ বোলে?

15. সমষ্টিসূচক এটা প্ৰত্যয় হ’ল

16. তলৰ কোনটো বাক্য শুদ্ধ ?

17. প্লুতস্বৰ ব্যৱহাৰ হয়

18. তলৰ কোনটো শুদ্ধ ?

19. "দোঙা" তলৰ কোনটো শব্দৰ লগত সঙ্গত হ’ব?

20. স্বৰবৰ্ণ আন বৰ্ণত যোগ হ’লে তাৰ আকৃতিৰ পৰিৱৰ্তন