Assam TET Mock Test For UP Arts 150 Marks
1. Students are responsible ____ any kind irresponsible behaviour.

2. She ___________ for effective follow up of agenda.

3. I _____ about you when I recieved your email.

4. Her feet are ____ table.

5. Don’t go there until ________ you.

6. I daily wait for his call, but he ___________ not call.

7. We ____ to new house, because old house was small enough for our family.

8. Very often we do not get what we fine ------

9. The Indian magpie indulges -------- a long flight.

10. Mr. Jones planning to retire. He _____ at Bow Valley College for a long time.

11. I ________ to the mountains this weekend.

12. I remember my sister taking me to the museum.

13. Please be quiet! The baby …

14. By the time the guests arrive, I ________ (clean) the room.

15. I was late this morning because I couldn’t ____ my car keys.

16. There was ______ milk in the diary and so i had to return without it.

17. There was _________ milk in the dairy and so i had to return without it.

18. ______ to me?

19. He is a man of __________ words.

20. She has __________ things to do.

21. She ___________ working very hard before examination.

22. If I leave now, I ________ in New York by 8:00 PM.

23. _______ union leader will address the workers.

24. He take honor _______ his great command in Computer Science.

25. They greet me cheerfully every morning

26. I ________ home very late last night.

27. This story is ___________ interesting

28. Its many kind of determiners. Choose any one of the following sentences.

29. Give an example pertinent __________ the case.

30. The passenger has _______ luggage with him,

31. 'সংস্কৃত' শব্দটোৰ শুদ্ধ ৰূপৰ সন্ধি তলৰ কেনেদৰে হৈছে?

32. পুৰুষবাচক বিভক্তিবোৰ সদায় একবচনাত্মক

33. কাল কেইবিধ?

34. কোনটো শুদ্ধ লিখা

35. জাৰ্মান ন হোৱাৰ কাৰণ হ’ল

36. তলৰ কোনটো বিপৰীত লিঙ্গবাচক ৰূপ অশুদ্ধ?

37. তলত দিয়া জতুৱা-ঠাঁচবোৰৰ কোনটোৰ লগত পলায় ক্ৰিয়া প্ৰয়োগ হয়?

38. মাতৃভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ দ্বাৰা প্ৰথমে কি বুজিব পৰা যায়?

39. দল হ'ল-

40. অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া পৰা বলৱৎ কৰা হৈছিল?

41. গা শব্দৰ লগত গা শব্দৰে কৰা জতুৱা-ঠাচ এটা হ’ল

42. তলৰ কোনগৰাকী সাহিত্যকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল?

43. হেম বৰুৱাই কোনখন কাকতত কাব্যজীৱন আৰম্ভকৰে ?

44. মই ভাত খাইছোঁ--- এই বাক্যটোৰ ভাত শব্দত কি শব্দ বিভক্তিৰ প্ৰয়োগ হৈছে?

45. চৰিত পুথিমতে মাধৱদেৱ ৰচিত কি কবিতা পঢ়ি শংকৰদেৱ অভিভূত হৈছিল? লৈয়া যায়

46. অসম এছ’ছিয়েচন কোন চনত গঠিত হৈছিল?

47. মাধৱদেৱৰ কোনখন নাটক ঝুমুৰা বুলি কোৱা নহয়?

48. বেজবৰুৱাই লিখা একমাত্ৰ উপন্যাসখনৰ নাম কি?

49. তলৰ সন্ধিৰ কোনটো শুদ্ধ ?

50. স্বৰবৰ্ণ আন বৰ্ণত যোগ হ’লে তাৰ আকৃতিৰ পৰিৱৰ্তন ---

51. মহাপুৰুষ শংকৰদেৱ ৰচিত কাব্যৰ সংখ্যা

52. তলৰ কোনটো নিদিষ্টতাবাচক প্ৰত্যয় ?

53. কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল?

54. তলৰ কোনটো শব্দ অশুদ্ধ শব্দ। ছিঃ

55. মাধৱদেৱ বিৰচিত প্ৰথমখন নাট হৈছে

56. Adolescence শব্দৰ উৎপত্তি হৈছে-

57. তলৰ কোনটো স্বাভাৱিকতে ষ হয়?

58. তলত উল্লেখিত গ্ৰন্থসমূহৰ কোনখন ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা?

59. মানুহজাক আহিছে--ইয়াত ‘জাক’ বহুবচনৰ প্ৰত্যয় কি অৰ্থত ব্যৱহাৰ হৈছে?

60. শৈশৱ কালৰ এটা বৈশিষ্ট-

61. সিন্ধু উপত্যকাৰ মানুহে কোনবিধ ধাতুৰ ব্যৱহাৰ জানিছিল?

62. কাৰ ৰাজহ্বালৰ পৰা ব্রাহ্মণ্য ধর্মই আহােম ৰাজসভাত স্থান পায়?

63. ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হােৱা চনটো আছিল

64. সামাজিক তথা সাংস্কৃতিক দিশত তলৰ কোনটো বিষয়ত জৈন ধৰ্মৰ অৱদান নাই

65. আর্যসকলে অনাৰ্যসকলক কি বুলি কৈছিল?

66. বিশেষজ্ঞসকলৰ মতে তলৰ কোনখিনি সময় মধ্য প্রস্তৰ যুগৰ অন্তর্ভুক্ত?

67. প্রাচীন কামৰূপৰ সৰহসংখ্যক জনসংখৰা কি গােষ্ঠীৰ আছিল?

68. ‘বেদ’ এটি সংস্কৃত শব্দ, ইয়াৰ অর্থ কি?

69. হক্তিবিদ্যাৰ্ণৰ পুথিখন কাৰ ৰাজত্বকালত ৰচনা কাৰ হৈছিল?

70. চকাৰ আৱিষ্কাৰৰ প্রাচীনতম চিত্র কোন সভ্যতাত পােৱা যায়?

71. অশােকে প্রচাৰ কৰা ধর্মটোৰ নাম আছিল

72. অমৃত প্রভাক কোনখন দেশৰ ৰজালৈ বিয়া দিয়া হৈছিল?

73. গড়গাঁৱত থকা কাৰেংঘৰটো কাৰ দিনত নির্মিত?

74. মহাবীৰৰ জন্ম হৈছিল

75. প্রাচীন কামৰূপ ৰাজ্যৰ ভৌগােলিক অৱস্থা বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰা হৈছিল?

76. গুৱাহাটী পৌৰ নিগম কোন বছৰত স্থাপন কৰা হয়?

77. সংসদীয় চৰকাৰক অন্য কি নামেৰেও জনা যায়?

78. পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কর্তব্য কোনটো?

79. প্রধানমন্ত্রী কার্যকাল কিমান ?

80. ভাৰতীয় সংবিধান কেতিয়াৰ পৰা কাৰ্যকৰী কৰা হয়?

81. পৌৰ নিগমৰ স্থায়ী সমিতিত কিমানজনকৈ কাউন্সিলৰ থাকিব লাগে?

82. উপৰাষ্ট্ৰপতিৰ নিম্নতম বয়স কিমান?

83. খছৰা সমিতিত কিমানজন সদস্য আছিল?

84. তলত উল্লেখিত কোনটো সঁচা?

85. কোনখন সংবিধান অলিখিত?

86. ভাৰত স্বাধীনতা আইন কোন দেশৰ সংসদে গৃহীত কৰিছিল?

87. বর্তমান মৌলিক অধিকাৰ কিমানটা?

88. পৌৰ নিগমত অনুসূচীত জাতি আৰু জনজাতিৰ বাবে কিমান আসন সংৰক্ষণ আছে?

89. সংবিধানৰ কিমান অনুচ্ছেদ মতে ৰাজ্যপালৰ স্ব-বিচৰাধীন ক্ষমতা থাকে?

90. চৰকাৰে নগৰ সমিতিৰ কাৰ্যকাল কেইবছৰলৈ বঢ়াই দিব পাৰে?

91. ১৯৯১-২০০১ চনৰ ভিতৰত ভাৰতবৰ্ষত জনসংখ্যা বৃদ্ধিৰ হাৰ হ’ল

92. পৰিকল্পনা আয়ােগৰ প্রথম অধ্যক্ষ আছিল

93. মান মুদ্রা বুলিলে তলৰ কোনটোক বুজায় ?

94. একচেটিয়া বজাৰৰ গড় বিক্রী আয় ৰেখাডাল কেনে আকৃতিৰ হয়?

95. ইউনিট ট্রাষ্ট অব্ ইণ্ডিয়া স্থাপন হােৱা চনটো কি?

96. অর্থনৈতিক উন্নয়নৰ কাৰণে অপৰিহাৰ্য

97. তলৰ কোনটো ব্যৱস্থা ১৯৬৮ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি’ৰ অন্তৰ্গত

98. মন্দাৱস্থাৰ সময়ত দেশৰ অর্থনীতিক উদ্ধাৰ কৰাৰ প্রধান উপায় হল

99. মুদ্ৰাৰ কার্য হিচাপে তলৰ কোনটোক গণ্য কৰিব নােৱাৰি?

100. তলৰ কোনটোৰ আধাৰত জাতীয় আয় গণনা কৰা হয়

101. বেংক বুলিলে তলৰ কোনটোক বুজায় ?

102. তলৰ কোনজন অর্থবিজ্ঞানীয়ে দিয়া অর্থনীতিৰ সংজ্ঞাক অধিক উন্নত বুলি ক'ব পাৰি?

103. অসমৰ মুঠ ভৌগােলিক এলেকা ভাৰতবৰ্ষৰ মুঠ ভৌগােলিক এলেকাৰ

104. NEDFC ৰ সম্পূর্ণ অর্থ হল

105. উত্তৰ-পূৰ্বাঞ্চলৰ মুঠ বননিৰ সংৰক্ষিত বনাঞ্চল হল

106. অসমৰ কোনখন জিলাত জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি (২০০১ চনৰ মতে)

107. মিনিকয় দ্বীপ আৰু মালদ্বীপৰ মাজত _ প্ৰণালী অৱস্থিত

108. সেউজ বিপ্লৱত বেছিকৈ সাৰ্থক হোৱা ৰাজ্যখন হ’ল

109. ৰকি পর্বতমালা হল

110. গুৱাহাটীৰ ____ ত কফি প্রস্তুত কেন্দ্ৰ আছে

111. _____ তৈলক্ষেত্ৰ ভাৰতৰ ভিতৰত দ্বিতীয় বৃহৎ তৈলক্ষেত্ৰ

112. বিশেষজ্ঞসকলৰ মতে অসমত _ নিযুত টন কয়লা আছে

113. ২০১০ চনৰ মতে সাক্ষৰতাৰ হাৰ হ'ল

114. অসমৰ মুঠ মাটিকালিৰ পৰিমাণ হ’ল

115. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ _ মহাসাৰত অৱস্থিত?

116. _ মালভূমিক ‘পৃথিৱীৰ মূধচ’ বুলি কোৱা হয়

117. লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদিভি দ্বীপপুঞ্জৰ মুঠ মাটিকালি

118. পৃথিৱীৰ ভিতৰত সৰ্বোচ্চ মালভূমি হ’ল

119. মিনিকয় দ্বীপ আৰু মালদ্বীপৰ মাজত _ প্ৰণালী অৱস্থিত

120. আৰাৱলী পৰ্বত হল