Assam Direct Recruitment Mock Test For Grade III
1. President Saddam Hussain has lived -------- the gun all his life.

2. What time ________ lunch?

3. ______ outside?

4. P1: Are you going to tell me or not? P2: Ok, fine, I ___________ you.

5. He had to repent ________ what he had done.

6. I _____ about you when I recieved your email.

7. It is dangerous to enter -------- the enemy’s camp.

8. He is said to be very rich

9. There was _________ milk in the dairy and so i had to return without it.

10. Sam … the marathon for the first time in 2009.

11. She insulted me. I ________ (speak) to her again!

12. James Watt discovered the energy of steam.

13. It is not difficult to sympathise ________ an unfortunate man.

14. Prime minister have full authority _____ his ministers

15. Do you know, I ___________ asked by them to be honest?

16. He was killed _________ a highway man _______ a dagger.

17. Don’t go there until ________ you.

18. A good judge never jumps --------- the conclusion.

19. Defeat never comes ____ any man until he admits it

20. The teacher has given us _________ useful advice.

21. তলৰ শব্দ কেইটাৰ কোনটোৰ বানান অশুদ্ধ?

22. গা শব্দৰ লগত গা শব্দৰে কৰা জতুৱা-ঠাচ এটা হ’ল

23. বহুবচন বাচক প্রত্যয়ৰ ব্যৱহাৰ হয়

24. তলৰ কোনটো সন্ধি শুদ্ধ হৈছে

25. ঔষ্ঠ্য বৰ্ণটো বাচি উলিওৱা

26. অসমীয়া ভাষাত বচন কেই প্রকাৰৰ?

27. ডাঙৰ বলবন্ত খণ্ডৰ গোটেইটো জাতি বুজাবলৈ ব্যৱহাৰ হোৱা লিঙ্গ হ’ল

28. পৰস্পৰৰ প্রতি পৰস্পৰে কাৰ্য কৰা বুজালে কি বিভক্তি যোগ হয়?

29. তলত ভূলকৈ অর্থ লিখা জতুৱা ঠাচটো বিচাৰি উলিওৱা

30. পুৰুষবাচক বিভক্তিবোৰ সদায় একবচনাত্মক

31. তলৰ কথাবোৰৰ পৰা শুদ্ধ স্বৰ সন্ধিটো বাছি উলিওৱা।

32. তলত দিয়া জতুৱা-ঠাচৰ বাক্যবিলাকৰ কোনটো শুদ্ধ ?

33. বিজ্ঞান আৰু ব্যাকৰণৰ নিয়ম-নীতি শিকাবৰ বাবে উৎকৃষ্ট পদ্ধতি কি ?

34. সংস্কৃত ভাষাত স্ত্ৰী প্ৰত্যয় কেইটা?

35. দুটা স্ত্ৰী লিঙ্গ ৰূপ থকা শব্দ এটা হ’ল ---

36. ক্রিয়াৰ অপৰিবর্তনীয় পুনৰাবৃত্তিৰ স্থায়ী ৰূপ

37. সম্তমাত্মক তৃতীয় পুৰুষৰ পদ বুজাবলৈ ব্যৱহাৰ হয়

38. সমষ্টিসূচক এটা প্ৰত্যয় হ’ল

39. কোনো সম্বন্ধবাচক শব্দ সৰ্বনাম শব্দৰ দ্বিতীয় পুৰুষৰ পাছত থাকিলে অনাদৰত তলৰ কোনটো বিভক্তি প্ৰয়োগ হ’ব-_

40. কি সন্ধি ভাঙিব নোৱাৰি

41. নর্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল

42. ভাৰতৰ সামুদ্রিক ৰাষ্ট্রীয় উদ্যান কত অন্সথিত ?

43. তলৰ কোনখন পৰিকলিপ চহৰ নহয় ?

44. বহুতাে সম্প্রদায় বসবাস কৰা একোটা বৃহৎ অঞ্চলক কি বােলে ?

45. জধেমধে গছ কটাৰ বিৰুদ্ধে ভাৰতৰ মাটিত পােন প্রথমবাৰ কোনে আন্দোলন কৰিছিল?

46. Which Ahom King built the Dhodar Ali?

47. The area of Kaziranga National Park is approximately–

48. The Karbis(Tibeto-Burman group) are a Patrilineal society composed of ________ major clans or Kur.

49. The language used in the inscription of the Koch kings was:

50. In which year, Sukapha established Ahom Kingdom in Charaideo

51. The first Assamese film Joymoti was released in the year

52. What was the name of the grandmother of Sankardeva?

53. Who among the following was the first Ahom ruler to officially accept Hinduism?

54. "Halodhia Choraye Baodhan Khai" won the National Film Award for best Feature Film in the year

55. Which one is the first assamese novel

56. Which one was the first Assamese film to won President's Silver Medal for Best Feature Film

57. The Guwahati Tea Auction was establishment in the year–

58. Who is the first Assamese to received "Jnanpith Award"

59. In which of the following National Parks/Wildlife Sanctuaries, the density of rhino population is the highest–

60. The first phase of Moamoria Rebellion was started in

61. From whose reign was Sanskrit language used on Ahom coins?

62. Bhogeswar Baruah wins a medal in the ________ Asian Games

63. Which language is used by Sankardev to written Borgeets

64. Chandibar was the great grandfather of whom?

65. Name the Foreigner who recorded in his accounts that he came to Kamo-lu-po

66. The headquarter of the Deuri Autonomous Council is located in which of the following place?

67. Concurrent list was adopted from

68. The Objective Resolution in the Constituent Assembly was moved by

69. Which article of the Constitution of India deals with the Advisory jurisdiction of the Supreme Court

70. The Directive Principles of State Policy in the Constitution of India was adopted from

71. Which article of the Constitution of India provides for co-operation between states

72. The Head of the government under a Parliamentary government enjoys

73. Which writ give the meaning ‘we command’ in letters

74. The Union List consists of

75. The Chairman of Council of States is elected by

76. Keshavananda Bharati case was associated with

77. The chairman of the National Development Council is

78. The President of the Constituent Assembly was

79. The Directive Principles of State Policy have been adopted from

80. (88)Which article of the Constitution of India says “there shall be a council of Ministers with the Prime Minister at the head to aid and advice the President”

81. How many development council are present in Assam?

82. The innovative scheme of the government of Assam under the brand name “Amar Dukan” is being run by which of the following department?

83. জাতিভেদ প্ৰথাৰ ভিত্তি আছিল –

84. Which Right was remarked by Dr B.R. Ambedkar as the “heart and soul of the Constitution”

85. এটা অৰ্ধ চন্দ্ৰৰ নিশা পৃথিৱীৰ পৰা জোখ ললে চন্দ্ৰ আৰু সূৰ্যৰ মাজৰ কোণ হয় প্ৰায় – ক)

86. যদি CP = 23.60 টকা, SP = 31.86 টকা হয় তেন্তে শতকৰা লাভ হ'ব

87. x সংখ্যাটোক মৌলিক সংখ্যা বুলি কোৱা হয় যদি

88. এখন চাইকেল 2000 টকাত কিনি 8% লাভত বিক্ৰী কৰিলে বিক্ৰীদাম হ'ব

89. দুটা ভগ্নাংশৰ বিয়োগফল 2½। সৰুটো ½ হ’লে ডাঙৰটো কিমান?

90. X = 999 আৰু Y = 1000 হ’লে, X² - Y² ৰ মান কিমান হ’ব?

91. তলৰ কোনটো ভগ্নাংশ ²/₃ ৰ সমতুল্য নহয়

92. জিতুয়ে ইংৰাজী, গণিত আৰু বিজ্ঞানত পোৱা গড় নস্বৰ 64। যদি ইংৰাজী আৰু বিজ্ঞানত পোৱা নস্বৰ ক্ৰমে 58 আৰু 60 হয়, তেন্তে গণিতত পোৱা নম্বৰ হ'ব

93. আমি জানো যে ত্ৰিভূজ আকৃতত সজাব পৰা সংখ্যাবোৰ হ'ল 1, 3, 6 10, 15........। যদি ত্ৰিভূজ নিৰ্ণয় কৰিব পৰা সংখ্যা Xn = n(n + 1)/2 সূত্ৰৰ দ্বাৰা পাব পাৰি তেন্তে 10 তম ত্ৰিভূজ আকৃতিৰ সংখ্যা হ'ল

94. শূন্য সংখ্যাটো বাদ দিলে পূৰ্ণ সংখ্যাৰ সংহতিটো হ'ব

95. এটা বস্বাচৰ কালি 108 বৰ্গ ছেঃ মিঃ হ'লে ৰস্বাচটোৰ কৰ্ণ দুডালৰ সম্ভাব্য মাপ হ'ব

96. বিক্ৰী দাম 324 টকা। লাভ 12½% তেন্তে কিনা দাম হ'ব

97. 10 আৰু 20 ৰ মাজৰ অযুগ্ম সংখ্যা কেইটাৰ গড় নিৰ্ণয় কৰা

98. 26 x 25 = 26 x ¹⁰⁰/₄ হ'লে 27 x 125 হ’ব

99. এখন আয়তাকাৰ পথাৰৰ, দীঘ 80 মিঃ আৰু প্ৰস্থ 60 মিঃ। পথাৰখনৰ চাৰিওফালে তিনিপাক দিবলৈ কিমান দীঘল তাৰ লাগিব

100. প্ৰথম 6 টা স্বাভাৱিক সংখ্যাৰ মধ্যমান হ'ব