Assam GK Mock Test
1. ড° ভবেন্দ্ৰ নাথ শইকীয়াই প্ৰথমে কোনখন আলোচনীত গল্প জীৱনৰ পাতনি মেলিছিল?

2. Which Wildlife Sanctuary of Assam boasts of the golden langur–

3. মাধৱদেৱৰ কোনখন নাটক ঝুমুৰা বুলি কোৱা নহয়?

4. In which of the following National Parks/Wildlife Sanctuaries, the density of rhino population is the highest

5. "Thamchat" is a written code which is referred to by the village elders while deciding of local nature and is possess by which tribe of the people______

6. মাধৱদেৱ বিৰচিত প্ৰথমখন নাট হৈছে

7. শংকৰদেৱৰ বুঢ়ীমাকৰ নাম আছিল

8. Kalita is an ethnic group or a caste of Hindus belong to ____________

9. কোচ ৰাজ্যৰ কোন ৰজাৰ অনুপ্ৰেৰণাত মাধৱদেৱে ধৰ্মপ্ৰচাৰ কৰিছিল?

10. The first Assamese film Joymoti was released in the year

11. তলৰ কোনখন গ্ৰন্থ বেজবৰুৱা ৰচিত নহয়

12. শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি?

13. হেম বৰুৱাই কোনখন কাকতত কাব্যজীৱন আৰম্ভকৰে ?

14. 'কামত কৃতিত্ব লভিবৰ সংকেত পুথিখন কোনে ৰচনা কৰিছিল?

15. Srimanta Sankardev was born in the year

16. পদ্মনাথ গোহাঞি বৰুৱাৰ ভানুমতী উপন্যাসখন প্রকাশ পোৱা কাকতখন হ’ল

17. শংকৰদেৱৰ জোৱায়েকৰ নাম কি আছিল?

18. The first book to win Sahitya Akademi Award is

19. In addition to Assamese, which other language from the State is included in the Eight Schedule of the Indian Constitution

20. Dainie Puja is celebrated by

21. In which year, Sukapha established Ahom kingdom in charaideo

22. Which one was the first capital of Ahom Kingdom in Assam–

23. The first phase of Moamoria Rebellion was started in

24. শংকৰদেৱে কেইপ্ৰকাৰৰ ভটিমাৰ প্ৰৱৰ্তন কৰিছিল?

25. তলত উল্লেখিত গ্ৰন্থসমূহৰ কোনখন ড° নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা?

26. In addition to Assamese, which other language from the State is included in the Eight Schedule of the Indian Constitution–

27. মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কোনখন গ্ৰন্থ ?

28. বেজবৰুৱা কোন সাহিত্য সভাৰ অধিবেশনৰ সভাপতি হয়?

29. The area of Kaziranga National Park is approximately–

30. Which state is to the north of Assam?