Economics Mock Test
1. তলৰ কোনটো কেন্দ্রীয় বেংকৰ কাৰ্যৰ অন্তৰ্গত নহয়?

2. ভাৰত চৰকাৰে কোঠাৰী আয়ােগ’ৰ পৰামশাৱলীৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় শিক্ষানীতি’ঘােষণা কৰে

3. নাইকা উৎপাদনত বিশ্বৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান

4. মন্দাৱস্থাৰ সময়ত দেশৰ অর্থনীতিক উদ্ধাৰ কৰাৰ প্রধান উপায় হল

5. জনসংখ্যাৰ দ্রুত বৃদ্ধিয়ে, আশ্রিত (dependents) ৰ সংখ্যা

6. উত্তৰ-পূব উন্নয়ন বিত্তীয় নিগম (নেড্‌ফি) গঠন হৈছিল

7. পাইকাৰী বজাৰ বুলিলে তলৰ কোনটোক বুজায়?

8. তলৰ কোনটো অনা-আর্থিক কার্য?

9. তলৰ কোনটো জনসংখ্যাধিক্য দেশৰ বৈশিষ্ট্য নহয়

10. তলৰ কোনটো ব্যয় বাজেটৰ অনা-আৱন্টিত শিতানত অন্তর্ভুক্ত

11. প্রকৃত মুদ্রা বুলিলে তলৰ কোনটোক বুজায় ?

12. ২০১০ চনৰ মানৱ উন্নয়ন সূচাংক মতে ভাৰতৰ স্থান

13. পৰিয়াল কল্যাণ আঁচনিৰ প্রধান উদ্দেশ্য

14. পাইকাৰী বজাৰৰ বিক্রেতাই কোনবিধ ব্যয় বহন কৰিবলগীয়াত নপৰে?

15. পূর্ণ প্রতিযােগিতামূলক বজাৰত স্বাভাৱিক দাম নির্ধাৰণৰ বাবে তলৰ কোনটো চর্ত প্রযােজ্য হয়?

16. একচেটিয়া বজাৰৰ বৈশিষ্ট্য হিচাপে তলৰ কোনটো প্রযােজ্য নহয় ?

17. উত্তৰ-পূৱ পৰিষদৰ (NEC)ৰ মুখ্য কাৰ্যালয়

18. অনুন্নত দেশৰ যৌন অনুপাত

19. তলৰ কোনটো নেফিৰ অংশীদাৰী অনুষ্ঠান

20. বাণিজ্যিক বেংকৰ ঋণগত মুদ্রা সৃষ্টি কৰাৰ মূল ভেটি কি?

21. তলৰ কোনটো প্রাকৃতিক দ্ৰব্যৰ বৈশিষ্ট্য বা গুণ নহয়?

22. জাতীয় আয় গণনা কৰাত অসুবিধা হল

23. জাতীয় জনসংখ্যা নীতিৰ লক্ষ্য হল

24. স্বাধীননাওৰ ভাৰতবৰ্ষত জাতীয় আয়ৰ অধ্যয়ন কৰা প্ৰথমখন সমিতিৰ অধ্যক্ষ আছিল

25. অর্থবিজ্ঞানত বজাৰক

26. তলত দিয়া কোনটো দ্রব্য ভােগ্য সামগ্ৰীৰ অন্তৰ্গত?

27. মানৱ সম্পদ উন্নয়নৰ বাবে আটাইতকৈ গুৰুত্ব দিয়া হৈছে

28. অর্থনীতিৰ অন্যতম প্রয়ােজনীয় বৈশিষ্ট্য হ’ল অর্থনৈতিক পৰিকল্পনা

29. বাজেটৰ ক্রিয়াগত শ্রেণীবিভাজন তলৰ কোনটো ক্ষেত্ৰত প্রযােজ্য

30. তলত দিয়া কার্যসমূহৰ কোনটো ভােগ নহয়?