Daily Quiz - 16-10-2026
1. স্বাধীননাওৰ ভাৰতবৰ্ষত জাতীয় আয়ৰ অধ্যয়ন কৰা প্ৰথমখন সমিতিৰ অধ্যক্ষ আছিল

2. গৌতম বুদ্ধৰ জন্মবৃত্তান্ত তলৰ কোনটি পালিভাষাৰ লিখনিত পােৱা যায়

3. দেশৰ জনসাধাৰণৰ প্রকৃত অর্থনৈতিক অৱস্থাৰ আভাষ তলৰ কোনটোৱে দিব পাৰে?

4. সােণালী বান্দৰ _ প্রজাতিৰ জন্তু

5. গুপ্ত যুগক ভাৰতৰ সােণালী যুগ হিচাপে আখ্যা দিয়াৰ প্ৰধান কাৰণ কি?

6. শৰ শব্দৰ স্ত্ৰী লিঙ্গ হ’ল

7. অর্থবিজ্ঞানত উৎপাদন বুলিলে তলৰ কোনটোক বুজায় ?

8. Government of India Act 1909 is known as

9. তলত উল্লেখ কৰা তিনিখন নদী পশ্চিমঘাটৰ পৰা বে অব বেঙ্গললৈ বৈ গৈছে, কিন্ত এখন বাহিৰৰ । বাহিৰৰ খনৰ নাম কি?

10. অর্থবিজ্ঞানত বজাৰক