Political Science Mock Test
1. এৰিষ্ট'টলৰ মতে এক ব্যক্তি চৰকাৰৰ বিকৃত ৰূপটো কি?

2. সংবিধানৰ কোনটো অংশত মৌলিক কর্তব্যসমূহ সন্নিৱিষ্ট আছে?

3. ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান বছৰ?

4. Which Right was remarked by Dr B.R. Ambedkar as the “heart and soul of the Constitution”

5. সীমিত ৰাজতন্ত্র ক'ত আছে?

6. ভাৰতীয় সংবিধানত কেইটা অধ্যায় আছে?

7. Who presides over the joint sitting of the Parliament

8. The President of India is elected by

9. The British Parliament passed the Indian Independence Act in

10. কোন চৰকাৰৰ দিনত সম্পত্তিৰ অধিকাৰ বিলােপ কৰা হৈছিল?

11. কিমান চনত অসম পৌৰ আইনমতে নগৰ সমিতি গঠন কৰা হয়?

12. মুখ্যমন্ত্ৰীয়ে মন্ত্রী পৰিষদ গঠন কৰােতে কাৰ পৰামর্শ গ্রহণ কৰে?

13. The President of India can ---------------------- the House

14. মন্ত্রী পৰিষদক কোনাে নিযুক্তি দিয়ে?

15. মন্ত্রী পৰিষদৰ কাৰ্যকাল কিমান ?

16. Dyarchy was introduced at the Centre by the Act of

17. কোন দেশৰ সংবিধান শিথিল ?

18. ৰাজ্যসভাৰ সদস্য হৈও প্রধানমন্ত্রী হােৱা প্ৰথম গৰাকী ব্যক্তি কোন আছিল?

19. সংবিধান কেতিয়া গৃহিত হৈছিল

20. কিমান চনত পৌৰ আইন পাছ কৰা হয়?

21. The High Court in India do not possess

22. প্রধানমন্ত্রী কার্যকাল কিমান ?

23. The watchword of a Parliamentary government is

24. Starred questions requires

25. স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্রপতি কোন?

26. Motion suggesting that expenditure earmarked for particular ministry should be reduced is known as

27. The election to the Constituent Assembly was held in

28. কিমান চনত মৌলিক কর্তব্যসমূহ সাংবিধানক আইন হিচাপে মর্যাদা লাভ কৰে?

29. The Chairman of the National Human Rights Commission is appointed by

30. Under which article of the Constitution the Supreme Court of India has been established