Assam Direct Recruitment Mock Test for Grade-III
1. PERTINENT

2. CONNOISSEUR

3. My voice reverberated ________ the walls of the castle.

4. _______ union leader will address the workers.

5. If I need money next week, I ________ it from my brother

6. INFAMY

7. KEN

8. FLAGITIOUS

9. She ___________ for effective follow up of agenda.

10. ADDITION

11. We … Mrs Stewart when we were in California.

12. Harrison Ford is a famous actor. He ____ in many popular movies.

13. My father has ________ me to talk to you. (to forbid)

14. There is no exception -------- this rule.

15. I have to manage with _________ money i earn.

16. To play second fiddle

17. VORACIOUS

18. ARTIFICIAL

19. Prime Minister ___________ meeting to discuss matters of country.

20. STARTLED

21. পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ উভয়তে সৰু বা আদৰ বুজাবলৈ প্ৰাণীবাচক শব্দৰ পাছত ব্যৱহৃত নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো হৈছে

22. Personality শব্দটো আহিছে -

23. নিত্য বৰ্তমান কালৰ প্ৰথম পুৰুষত যোগ হোৱা ক্ৰিয়া বিভক্তিটো হ’ল

24. উৎ+চাৰণ = উচ্চাৰণ -- এই সন্ধিটো তলৰ কোন প্রকাৰৰ

25. তলৰ শুদ্ধ শব্দটো বাছি উলিওৱা

26. তলৰ কথাবোৰৰ পৰা শুদ্ধ স্বৰ সন্ধিটো বাছি উলিওৱা।

27. মানুহজাক আহিছে--ইয়াত ‘জাক’ বহুবচনৰ প্ৰত্যয় কি অৰ্থত ব্যৱহাৰ হৈছে?

28. বর্তমান সময়ত বয়ঃসন্ধিকালৰ কোনটো দিশ আটাইতকৈ গুৰুত্বপূর্ণ ?

29. তলৰ শব্দবোৰৰ পুংলিঙ্গ কোনটো ?

30. পুৰুষবাচক বিভক্তিবোৰ সদায় একবচনাত্মক

31. অ যোগ উ লগ লাগি হোৱা এটা সন্ধি হ'ল

32. শিশুৰ মানসিক বিকাশৰ এটি উপাদান হৈছে -

33. এবিধ দীর্ঘস্থায়ী ৰোগ হৈছে -

34. 'পানীৰ মিঠৈ' মানে কি?

35. দুটা স্ত্ৰী লিঙ্গ ৰূপ থকা শব্দ এটা হ’ল ---

36. তলৰ কোনটো অসমীয়া ভাষাৰ একবচনবাচক প্ৰত্যয় ?

37. ইতিবাচক মনোভাবে ছাত্র-ছাত্রীৰ তলৰ কোনটো লাভাম্বিত নহয় ?

38. জাৰ্মান ন হোৱাৰ কাৰণ হ’ল

39. অসমীয়াত শব্দ বিভক্তি কেইবিধ?

40. মোৰ ঘৰ গুৱাহাটীত--‘মোৰ’ শব্দত কি বিভক্তিৰ প্ৰয়োগ হৈছে?

41. প্ৰদূষণ সম্পৰ্কত কোনটো অশুদ্ধ

42. অজৈৱিক পৰিৱেশৰ অন্তর্ভুক্ত নহয়

43. শ্বেত মহাদেশ (White Continent) বুলিলে কি বুজায় ?

44. দূষিত পানীৰ দ্বাৰা বিয়পা ৰােগবিধ হ’ল

45. কোনবােৰ দেশত জনসংখ্যা ৰোধ কৰিব পৰা হৈছে

46. Official Ali-A:yé-Lígang (Ali Aye Leegang) a traditional festival of Mishing people was first celebrated in______

47. In which tribe the traditional village headman, who is at the top of the village administration, is called as "Khunang" who is having both executive and judiciary powers.

48. In which year , the capital of Assam shifted from Shillong to Dispur

49. Pani Dihing Bird Sanctuary is located in which one of the following districts

50. What was staple crop in ancient Assam?

51. "Chutiya people" are the descendants of the __________ family of Mongoloid origin.

52. Hiuen Tsang visited Assam during the reign of

53. Which dynasty made their capital at Maibong?

54. "Halodhia Choraye Baodhan Khai" won the National Film Award for Best Feature Film in the year

55. "Rang Ghar" was constructed during the reign of

56. The Pasupatinath temple inscription in Nepal refers to "Gaudradi Kalingkashala Patti". Who was he?

57. One of the disciples of Sankardeva was

58. The Assam Public service commission (APSC) Regulation was promulgated in exercise of the powers

59. About 91% of world population of a particular animal species found in Kaziranga National Park is which one of the following–

60. Who was the first martyr of 1942 Revolution in Assam–

61. The first Peasant Uprising against the British was known as

62. The Ahoms entered Assam through

63. "Suwaguritola" is a custom connected with

64. In which year Gopinath Bordoloi was arrested for taking part in the freedom movement–

65. Which Ahom Swargadeo built the temple of Umananda?

66. The NRC pilot project was launched in 2010 in which of the following revenue circle(s)?

67. Quo warranto is

68. India is a Republic in the sense that

69. মেঘদূত লিখিছিল –

70. A vote taken unexpectedly without voters having been briefed in advance

71. Public Undertaking Committee is a

72. Rights given in the Constitution are called Fundamental Right because

73. Which article is referred to as ‘the jewel of the Constitution’

74. The number of nominated members to the council of states is

75. (88)Which article of the Constitution of India says “there shall be a council of Ministers with the Prime Minister at the head to aid and advice the President”

76. Who is the person authorized to conduct the election of the speaker in a newly elected House of the People in India

77. Who is the person authorized to conduct the election of the speaker in a newly elected House of the People in India

78. ভাৰতীয় সংবিধানত কিমান সংখ্যক সংশোধনৰ দ্বাৰা মৌলিক কৰ্তব্যসমূহ সংযোগ কৰা হয়?

79. হৰপ্পা সংস্কৃতি কি কাৰণে বিখ্যাত?

80. The Assam Public Health Act was published in which of the following year?

81. Who promulgates ordinance in states

82. সূৰ্যৰ চাৰিওফালে পৃথিৱীয়ে বছৰেকত চক্ৰকাৰে ঘূৰোঁতে দূৰত্ব হয়গৈ –

83. The number of the Anglo Indians nominated to the House of People is

84. The interim government proposed under the Cabinet Mission Plan was formed on

85. কিমান সংখ্যক সংশোধনীৰ জৰিয়তে ছিকিম ভাৰতৰ অবিচ্ছেদ্য অংগ হয়?

86. 6 মিঃ বাহু বিশিষ্ট সমবাহু ত্রিভুজটোৰ কালি কিমান?

87. এটা আয়তৰ দৈৰ্ঘ্য প্রস্থতকৈ 2 ছেঃ মিঃ বেছি আৰু পৰিসীমা 20 ছেঃ মিঃ হ'লে আয়তটোৰ কালি হ'ব

88. a/b এটা প্ৰকৃত ভগ্নাংশ হ'ব যদি

89. তলৰ কোনটো শুদ্ধ

90. এটা সমকোণী ত্ৰিভুজৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হব যদিহে আন দুটা বাহুৰ মাপ 5 ছেঃমিঃ আৰু 12 ছেঃমিঃ হয়?

91. p মিঃ বাহু বিশিষ্ট ৰস্বাচটোৰ পৰিসীমা 27 মিঃ হ’লে p ৰ মান হ'ব

92. a/b এটা অপ্ৰকৃত ভগ্নাংশ হ'ব যদি

93. ABC সমকোণী ত্ৰিভুজৰ AB = a + b, BC = 2√a√b আৰু

94. যাদি 6, 8, 5, x আৰু 4 ৰ মাধ্য 7 হয় তেন্তে x ৰ মান হ'ব

95. 1, 8, 27, 64, ...... আদি সংখ্যা ক্ৰমে তলৰ কোনটো বুজাব?

96. চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা তিনিটা সংখ্যাৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো বিয়োগ কৰিলে বিয়োগফল কিমান হ’ব?

97. y² - 9y = 0 হ’লে y ৰ মান কিমান?

98. চাৰিটা অঙ্কৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাৰ পৰা তিনিটা অঙ্কৰে লিখিব পৰা বৃহত্তম সংখ্যাটো বিয়োগ কৰিলে কি হ’ব?

99. 0.6 টকাত কিমান পইচা?

100. আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা যি মৌলিক সংখ্যা নহয়