Assam GK Mock Test
1. The state anthem "O Mur Apunar Desh" was first published in the magazine named

2. Deodhani dance a folk dance of Assam and is associated with the worship of

3. মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম লিখা

4. Total number of bridges over the river Brahmaputra

5. Baikhu festival is celebrated by which tribe

6. Bagrurumba is performed by

7. তলৰ কোনগৰাকী সাহিত্যকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপসভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল?

8. ড° ভবেন্দ্ৰ নাথ শইকীয়াই প্ৰথমে কোনখন আলোচনীত গল্প জীৱনৰ পাতনি মেলিছিল?

9. ভাগৱত প্ৰস্থ শংকৰদেৱৰ কোন শ্ৰেণীৰ ৰচনা বুলি ধৰিব পাৰি?

10. The film "Halodhia Choraye Baodhan Khai" was directed by

11. When the uprising of patharughat took place

12. তলৰ কোনখন গ্ৰন্থৰ মাধৱদেৱৰ ৰচনা নোহোৱাৰ পক্ষে যুক্তি প্ৰবল?

13. শংকৰদেৱক শিক্ষা প্ৰদান কৰা গুৰুজনৰ নাম কি?

14. The Abhiruchi Sports Day is celebrated on

15. চন্দ্ৰকুমাৰ সম্পৰ্কে কোনটো মন্তব্য গ্ৰহণযোগ্য?

16. In which year , the capital of Assam shifted from Shillong to Dispur

17. 'চিহ্নযাত্ৰা' ভাওনাখন কেইদিন কেইৰাতি অনুষ্ঠিত হৈছিল?

18. শংকৰদেৱৰ নাট্যৰীতিৰ সৈতে মিল নথকা মাধৱদেৱৰ নাট্যৰীতিৰ এক বৈশিষ্ট্য হ’ল

19. মাধৱদেৱৰ মাতৃৰ নাম কি আছিল?

20. Assamese Brahmins are the community in the state Assam who are considered to have __________

21. হেম বৰুৱাই সম্পাদনা কৰা কাকত দুখন হ'ল

22. তলৰ কোনখন পুথি মাধৱদেৱ ৰচিত নহয়?

23. 'কন্নকী' গ্ৰন্থৰ অনুবাদক হল

24. The first Assamese film Joymoti was released in the year

25. Assam Police Day observed on

26. তলৰ কোনখন গ্ৰন্থ মাধৱ কন্দলিৰ ৰচনা নহয় বুলি সন্দেহ হয়?

27. Who was the last king of Ahom kingdom in Assam

28. Pani Dihing Bird Sanctuary is located in which one of the following districts

29. Which city of Assam has the largest dry fish market of Asia

30. চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি?