ৰাসায়ন বিজ্ঞান (Chemistry) MCQ

156. LEDৰ সম্পূর্ণ নামটো হৈছে


A. Light emitting diode


B. Light entry diode


C. Low emitting diode


D. Light emitting dipole


Answer :A


Solution :



157. LED ৰ দীঘল তাৰডাল বেটাৰীৰ


A. ঋণাত্মক মূৰত যােগ কৰা হয়


B. ধনাত্মক মূলত যােগ কৰা হয়


C. ধনাত্মক বা ঋণাত্মক যিকোনাে মূৰত যােগ কৰিব পাৰি


D. কোনােটো মূৰত যােগ কৰা নহয়


Answer :B


Solution :



158. লঘু ছালফিউৰিক এছিডযুক্ত কপাৰ ছালফেটৰ দ্ৰৱ এটাত কপাৰৰ পাত দখন ভৰাই দি বেটাৰীৰ লগত সংযােজিত কৰিলে কোনটো পৰিঘটনা পৰিলক্ষত হ'ব


A. দ্ৰৱটোৰ ৰং আৰু গাঢ় হ'ব


B. এনডত ক’পাৰ জমা হ'ব


C. কেথ’ডত কপাৰ জমা হ'ব


D. দুয়ােডাল ইলেক্ট্র'ডৰ ভৰ বাঢ়ি যাব


Answer :C


Solution :



159. লঘু ছালফিউৰিক এচিডযুক্ত কপাৰ ছালফেট দ্ৰৱ এটাত কপাৰৰ পাত দুখন ভৰাই দি বিদ্যুত চালিত কৰিলে


A. দুয়ােখন পাতৰ ভৰ কমিব


B. দুয়ােখন পাতৰ ভৰৰ কোনাে পৰিৱৰ্তন নহ'ব


C. কেথড পাতখনৰ ভৰ কমিব


D. এন’ড পাতখনৰ ভৰ কমিব


Answer :D


Solution :



160. কপাৰ ছালফেটৰ দ্ৰৱ এটাত অলপ ছালফিউৰিক এছিড দি কপাৰৰ পাত বিদ্যুতদ্বাৰ হিচাপে ব্যৱহাৰ কৰি বিদ্যুত চালিত কৰিলে


A. কেথ’ডৰ (ঋণাত্মক দ্বাৰ) ভৰ বাঢ়িব


B. এনডৰ (ধনাত্মক দ্বাৰ) ভৰ বাঢ়িব


C. দুয়ােখন পাতৰ ভৰ বাঢ়িব


D. দুয়ােখন পাতৰ ভৰ কমিব


Answer :A


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.