ৰাসায়ন বিজ্ঞান (Chemistry) MCQ

151. বিদ্যুতবিশ্লেষণত ৰাসায়নিক যৌগত হােৱা পৰিৱৰ্তনটো হৈছে


A. যােজন


B. বিয়ােজন


C. তৰলীকৰণ


D. ওপৰৰ কোনােটো নহয়


Answer :B


Solution :



152. বিদ্যুতবিশ্লেষক কোষ এটাত বেটাৰীৰ ঋণাত্মক মূৰত যােগ কৰা বিদ্যুতদ্বাৰটো হৈছে


A. এনড


B. কেথ’ড


C. এনডাে হ'ব পাৰে কেথ’ডাে হ'ব পাৰে


D. ওপৰৰ কোনােটো নহয়


Answer :B


Solution :



153. বিদ্যুতবিশ্লেষণৰ দ্বাৰা অশােধিত বা অশুদ্ধিযুক্ত পদার্থৰ পৰিশােধন কৰা প্ৰক্ৰিয়াটো হৈছে


A. বিদ্যুত লেপন


B. বিদ্যুত বিশ্লেষণ


C. বিদ্যুত শােধন


D. পৃথকীকৰণ


Answer :C


Solution :



154. লােৰ সঁজুলিৰ ওপৰত জিংকৰ বিদ্যুত লেপনৰ কাৰণ হৈছে


A. দ্যুতি বৃদ্ধি কৰা


B. মামৰে ধৰা প্ৰতিৰােধ কৰা


C. দেখিবলৈ ধুনীয়া কৰা


D. ওপৰৰ কোনােটো নহয়


Answer :B


Solution :



155. বিদ্যুতচালনাৰ দ্বাৰা ৰাসায়নিক ক্রিয়া সংঘটিত কৰোতে নিম্নোক্ত কোনটো প্রক্রিয়া পৰিলক্ষিত নহয়


A. ইলেক্ট্র’ডত গেছৰ বুৰবুৰণি গঠন


B. দ্রৱৰ আয়তন হ্রাস


C. ইলেক্ট্র'ডত ধাতুৰ জমা


D. দুৱৰ বঙৰ পবিবর্তন


Answer :B


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.