Assamese Grammar Part 1 (অসমীয়া ব্যাকৰণ) MCQ

91. 'নপতা ফুকন' - শব্দৰ অৰ্থ কি?


A. নিজে নিজে ডাঙৰ বুলি ভবা লোক


B. মূৰ্খ লোক


C. দাম্ভিক লোক


D. শান্ত লোক


Answer :A


Solution :



92. 'পানীৰ মিঠৈ' মানে কি?


A. পানীত উতলাই প্রস্তুত কৰা এবিধ মিঠাই


B. সজাই কোৱা গপিয়াল মিছা কথা


C. পানীত ডুবাই খোৱা এবিধ মিঠাই


D. পনীয়া মিঠৈ


Answer :B


Solution :



93. তলত ভূলকৈ অর্থ লিখা জতুৱা ঠাচটো বিচাৰি উলিওৱা


A. এলাই বাদু - কঁঠালৰ মিঠা বাদু


B. বিনামেঘে বজ্ৰপাত - গম নোপোৱাকৈ অহা দুখ-কষ্ট


C. টুপাই বুৰ মাৰ - সমূলি মিছা মাত


D. পোটক তোল - প্রতিশোধল


Answer :A


Solution :



94. তলৰ কোনটো জতুৱাঠাচৰ অৰ্থ শুদ্ধ ?


A. মৰোঁ জীওঁ সোঁ আধিকৈ - কোনোমতে জীয়াই থাকি


B. মুখৰ ছাই গুচা - মুখত লগা ছাইখিনি গুচাই পেলোৱা


C. চাউল সিজোৱা ল - ভাত খা


D. মাটি কৰ - নতুনকৈ মাটি কিনা


Answer :C


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.