ৰাসায়ন বিজ্ঞান (Chemistry) MCQ

61. পানীৰ বিশুদ্ধিকৰণত ব্যৱহৃত অধাতু হʼল


A. অʼজʼন আৰু নাইট্ৰ’জেন


B. অʼজʼন আৰু ক্লʼৰিণ


C. আয়ʼডিন আৰু ক্লʼৰিণ


D. অʼজʼন আৰু ফ্লʼৰাইড


Answer :B


Solution :



62. ৰাসায়নিক পৰিৱৰ্তত তলৰ কোনটো ধৰ্মৰ পৰিৱৰ্তন ঘটে


A. সংযুক্তি আৰু গঠন


B. তাপ গেছ


C. গোন্ধ আৰু ৰং


D. আটাইকেইটা


Answer :D


Solution :



63. তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়


A. সালোক সংশ্লেষণ


B. প্ৰশমন বিক্ৰিয়া


C. খাদ্যৰ পাচন ক্ৰিয়া


D. সোণৰ পাত পিটি পাতল কৰা


Answer :D


Solution :



64. তলৰ কোনটো ভৌতিক পৰিৱৰ্তন


A. অজন স্তৰৰ অৱসক্ষয়


B. নীলা CuSO₄ - পৰ্চিলেন বাটিত উত্তপ্ত কৰিলে বগা হৈ পৰে


C. গাখীৰৰ পৰা দৈৰ সৃষ্টি


D. মমৰ গলন


Answer :D


Solution :



65. তলৰ কোনটো ভৌতিক পৰিৱৰ্তন নহয়?


A. এলুমিনিয়ামক দীঘল তীৰত পৰিণত কৰা


B. নিমখৰ দ্ৰৱ প্রস্তুতকৰণ


C. আয়ডিনৰ উৎক্ষেপন


D. পানীত চূণ দ্ৰৱীভূত কৰিলে তাপ উৎপন্ন হয়


Answer :D


Solution :



Disclaimer: The Information contained in this page is a self-study of the author of assamjob.co.in and is provided only for general information purpose. I the author of assamjob.co.in tried my best to keep all the information correct and accurate but in certain case there may occur error in the questions/options/answers and so it is not to hurt the sentiment of any caste/community/tribe/religion for providing wrong info, and if so error occurs please email us at [email protected] and it will be modified to the correct one as soon as possible.