Assam TET 2019 Mock Test
1. চুইজাৰলেণ্ডৰ মনোৰোগ চিকিৎসক কাৰ্ল যুঙৰ (Curl Jung) ব্যক্তিত্বৰ ভাগ কেইটা হ'ল

2. মনোবিজ্ঞানী উইলিয়াম জেমচৰ মতে কোমলমনা, আদৰ্শনিষ্ঠ, ধৰ্মপৰায়ণ, নিজমতাৱলম্বী, চিত্তাশীল আৰু অনুভূতি প্রৱণ ব্যক্তিত্বৰ লোক সকল হ’ল

3. ছোৱালীৰ যৌৱন প্রাপ্তি সাধাৰণতে সমবয়সৰ ল’ৰাতকৈ

4. "অভ্যাস হ’ল প্রাণীয়ে পূৰ্বৰ আচৰণৰ পুনৰাবৃত্তি কৰা এক প্রৱণতা" - উক্তিটো আছিল

5. কৈশোৰ কালত ল'ৰা-ছোৱালীৰ বিকাশ তীব্ৰতৰ হয় বাবে সমস্যাৰ সৃষ্টি হয়

6. গঠন হোৱা অভ্যাসক পৰিত্যাগ কৰিবলৈ

7. " শিক্ষা হৈছে পৰিপুর্ণ মানুহৰ বিকাশ প্রক্রিয়া"- কোনে কৈছিল ?

8. প্ৰৱণতা হ’ল

9. সুস্থ, সবল, দৃঢ় আৰু শক্তিশালী দৈহিক গঠন প্ৰধান বৈশিষ্ট্য

10. শিশুৰ আগ্ৰহ সৃষ্টি কৰিবলৈ শিক্ষকে শ্ৰেণীকক্ষত

11. মনোবিদ ৰাইবাৰ্ণৰ মতে মানুহৰ মুঠ বিকাশৰ স্তৰ হ’ল

12. মানৱ জীৱনৰ বিকাশক

13. "ভালকৈ বিচাৰ কৰা, ভালকৈ যুক্তি দৰ্শোৱা আৰু ভালকৈ হৃদয়ঙ্গম কৰা ক্ষমতা" - বুদ্ধি সন্দৰ্ভত এই মতামত আগব়াইছিল

14. Personality শব্দটো আহিছিল

15. ব্যক্তিৰ আগ্ৰহ হ’ল

16. কোনো কাৰ্য বা বৃত্তি আয়ত্ব কৰিবৰ বাবে থকা প্ৰৱল স্বাভাৱিক ক্ষমতাকে কোৱা হয়

17. এটা বয়সত নৈতিক আৰু আদর্শগত হোৱাটো কঠিন-

18. ব্যক্তিৰ সামাজিক গুণ আৰু বিশেষত্ব অনুযায়ী স্প্ৰেংগাৰ(Sprengers) নামৰ মনোবিজ্ঞানীজনে ব্যক্তিত্বক ভাগ কৰিছিল

19. মাতৃভাষা আয়ত্বকৰণৰ ক্ষেত্ৰত শিশুৰ প্ৰথম অৱস্থাত প্ৰয়োজনীয় অভিজ্ঞতা হ’ল

20. লেটিন ভাষাৰ 'Delinquency' শব্দটো উৎপত্তি হৈছিল

21. কৈশোৰ কালক শৈশৱ কালৰ পুনৰাবৃত্তি বুলি অভিহিত কৰিছিল

22. কেঁচুৱা আৰু শিশুৰ জীৱনত খেল-ধেমালি এটা অতি

23. শাৰীৰিক, মানসিক, আৱেগিক, সামাজিক, বৌদ্ধিক আদি ক্ষেত্ৰত দেখা পোৱা বিভিন্নতাসমূহক কোৱা হয়

24. ব্যক্তিগত বৈষম্যৰ অৰ্থ হ’ল

25. মনোবিদ ক্ৰেটচ্‌মাৰে (Kretschmer's) দৈহিক দিশত ভিত্তি কৰি মানুহৰ ব্যক্তিত্বক ভাগ কৰিছিল

26. অপৰাধ প্রৰৱণতাৰ এটা উদাহৰণ হ’ল

27. ভাষা বিকাশৰ উপযুক্ত কাল হৈছে-

28. শিশুৰ সমস্যাৰ উপাদান হ'ল-

29. শিশুৰ বিকাশৰ ক্ষেত্ৰত ব্যক্তিগত বৈষম্যৰ

30. এটা দেৰ বছৰীয়া শিশুৱে শব্দ উচ্চাৰণ কৰিব পাৰে